• আইপিএলঃ প্ৰথম মেচতেই অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে! একমাত্ৰ ক্ৰিকেটাৰ হিচাপে এই অভিলেখ গঢ়িলে কিং কোহলীয়ে, কি?

    ক্ৰীড়া
    আইপিএলঃ প্ৰথম মেচতেই অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে! একমাত্ৰ ক্ৰিকেটাৰ হিচাপে এই অভিলেখ গঢ়িলে কিং কোহলীয়ে, কি?
    ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এলৰ আৰম্ভণিৰে পৰাই বিৰাট কোহলীয়ে অভিলেখ গঢ়িলে। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল। প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু।

     আৰ চি বিৰ হৈ খেলি থকাৰ সময়তে বিৰাটে এক অভিলেখ গঢ়িছিল। একেটা দলৰ হৈ একেৰাহে একেটা দলৰ হৈ ১৭ বাৰ আই পি এল খেলিছিল।

    একেটা দলৰ হৈ একেৰাহে ১৭ খন আই পি এল মেচ খেলা একমাত্ৰ ক্ৰিকেটাৰ বিৰাট। ২০০৮ চনৰ পৰা আৰম্ভ হৈছে আই পি এল। এয়া ১৭ সংখ্যক আই পি এল। বিৰাটে ১৬ বছৰ ধৰি একেটা দলৰ হৈ খেলি আহিছে। এই অভিলেখ আন কোনো ক্ৰিকেটাৰৰ হাতত নাই। 

    একাধিক ক্ৰিকেটাৰে এইবাৰ ১৭টা আই পি এল খেলিব। কিন্তু তেওঁলোকৰ কোনোৱেই একেটা দলৰ হৈ ১৭ সংখ্যক আই পি এল খেলা নাই।