বাণিজ্য
mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:Arial;mso-bidi-language:AS">ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া
আৰু ভাৰতে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হ’ব। কিংম্বদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে
এই ভৱিষ্যৎবাণী প্ৰকাশ কৰিছে।
Vrinda;mso-bidi-language:AS">
mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:Arial;mso-bidi-language:AS">গাভাস্কাৰে ষ্টাৰ স্পৰ্টছৰ আগত
সোমবাৰে কয় যে নিশ্চিতভাৱে ভাৰতে ফাইনেলত উপনীত হ’ব। ভাৰতৰ উপৰিও অষ্ট্ৰেলিয়াৰ
নামো তেওঁ লয়।
mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
mso-bidi-language:AS">
mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:Arial;mso-bidi-language:AS">অষ্ট্ৰেলিয়াৰ প্ৰাক্তন
ক্ৰিকেটাৰ টম মুডীয়েও গাভাস্কাৰৰ মন্তব্যক আদৰণী জনাইছে। কয় যে ভাৰত আৰু
অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাটো নিশ্চিত।
"Times New Roman";mso-bidi-font-family:Vrinda;mso-bidi-language:AS">
mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:Arial;mso-bidi-language:AS">মুডীয়ে এইক্ষেত্ৰত চাৰিটা দলৰ
নাম লয়। সেইকেইটা হৈছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান আৰু ভাৰত। কিন্তু এইকেইটা
দলৰ ভিতৰত ভাৰত আৰু অষ্ট্ৰেলিয়াই ফাইনেলত উপনীত হ’ব বুলি তেওঁ কয়।
"Times New Roman";mso-bidi-font-family:Vrinda;mso-bidi-language:AS">
mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:Arial;mso-bidi-language:AS">উল্লেখযোগ্য যে বিশ্বকাপত
ভাৰতে ২৩ অক্টোবৰৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিব। মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত
প্ৰথমখন মেচ খেলিব পাকিস্তানৰ বিৰুদ্ধে।
mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
mso-bidi-language:AS">
mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:Arial;mso-bidi-language:AS">ইতিমধ্যে অষ্ট্ৰেলিয়াৰ স’তে
হোৱা ৱাৰ্ম ৱাপ মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে।
ফৰ্মৰ শিখৰত থকা সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুল, মহম্মদ ছামীৰ ওপৰত ভৰসা কৰা হৈছে।
"Times New Roman";mso-bidi-language:AS">
Leave A Comment