GOALPARA ART-DRAMA

Guwahati/ 20th January’ 2018 (Prag News Desk): গোৱালপাৰাৰ ৰাজপাৰাত চিত্ৰাংকন-নাট কৰ্মশালা| এথনিক্ আৰ্টিষ্ট ছ’চাইটী, খেৰকাজোৰা ফিল্মৰ উদ্যোগত এই কৰ্মশালা| কৰ্মশালাত কণ কণ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ|

Read more

মহানগৰীৰ বিভিন্ন প্ৰান্তত বিক্ৰীকৰ বিভাগৰ অভিযান…

Guwahati/ 9th January’2018 (Prag News Desk): মহানগৰীৰ বিভিন্ন প্ৰান্তত বিক্ৰীকৰ বিভাগৰ অভিযান| GST হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অভিযান বিক্ৰীকৰ বিভাগৰ| মহানগৰীৰ আঠগাঁও, চাইকেল ফেক্টৰী, লখৰা আৰু বেলতলাত অভিযান GST শাখাৰ| চাৰি পৃথক দলে একেসময়তে চলালে অভিযান| বিসংগতিপূৰ্ণ গুদামৰ নথি-পত্ৰ জব্দ বিক্ৰী বিভাগৰ|

Read more

মাঘৰ বিহুলৈ মাজত কেইটামান দিন|

Guwahati/ 9th January’2018 (Prag News Desk): মাঘৰ বিহুলৈ মাজত কেইটামান দিন| ৰাজ্যজুৰি ভোগলীক আদৰাৰ প্ৰস্তুতি| মেজি, ভেলাঘৰ নিৰ্মাণত অঘোষিত প্ৰতিযোগিতা| আমগুৰিতো ভোগালীৰ প্ৰস্তুতি| আমগুৰিৰ পৰা নৱনিতা গগৈ|  

Read more

বঢ়মপুৰৰ কন্দুলীত বন্যহস্তীৰ সন্ত্ৰাস

Guwahati/ 26th December’2017 (Prag News Desk): বঢ়মপুৰৰ কন্দুলীত বন্যহস্তীৰ সন্ত্ৰাস| খাদ্যৰ সন্ধানত কন্দলি পাহাৰৰ পৰা নামি আহিছে হাতীৰ জাক| ৫টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকে| কোনোমতে প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ| বন্যহস্তী খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ| নিজাকৈ হাতী খেদা ব্যৱস্থা ৰাইজৰ|    

Read more

ৰাজ্যত হস্তী-মানৱৰ সংঘাত অব্যাহত|

Guwahati/ 23rd December’2017 (Prag News Desk): ৰাজ্যত হস্তী-মানৱৰ সংঘাত অব্যাহত| চামগুৰিৰ ভৰাগুৰি, চটবস্তিত বন্যহস্তীৰ উপদ্ৰৱ| হাতীয়ে লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ| কথমপি হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল এটা পৰিয়াল| হাতীৰ জাকটো পাহাৰলৈ খেদি পঠিওয়াত সফল বনবিভাগ| অৱশ্যে এটা হাতীয়ে অঞ্চলটোত চলাই আছে সন্ত্ৰাস|  

Read more

তিনিচুকীয়া অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ মোৰ|

Guwahati/ 20th December’2017 (Prag News Desk): তিনিচুকীয়া অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ মোৰ| আলফাৰ নয়ন মেধিয়ে ২ কোটি ধনদাবী কৰি ফোন কৰিছিল অৰুণাভৰ পিতৃক| ৰূপম অসম জড়িত থকাৰ তথ্য স্বীকাৰ আৰক্ষীৰ| অৱস্থিতি পাইছে ৰূপম অসমৰ আৰক্ষীয়ে| ADGP পল্লৱ ভট্টাচাৰ্যৰ তাত্পৰ্যপূৰ্ণ মন্তব্য| আলফাৰে আলোচনা প্ৰক্ৰিয়া আগবাঢ়ি আছে, অন্যান্য সংগঠনেও যোগাযোগ কৰিছে| নাগালিম প্ৰসংগত অসম আৰক্ষীৰ সম্পূৰ্ণ সাজু| কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নিদিয়ে

Read more