Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিকদিছপুৰ, পূব গুৱাহাটী সামৰি বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকা

দিছপুৰ, পূব গুৱাহাটী সামৰি বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকা

গুৱাহাটী : আজি বিজেপিৰ তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষিত হয়৷ দিল্লীত ঘোষিত হয় অসমৰ ১৭জন প্ৰাৰ্থীৰ নাম৷ দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা৷

আৰু পঢ়িব পাৰিব : ‘অখিলৰ কাষত থিয় হওক অসমৰ ৰাইজ’ ৰাষ্ট্ৰীয় নেতাৰ আহ্বান

তালিকাখন এনেধৰণৰ, দিছপুৰত প্ৰাৰ্থীত্ব লাভ কৰে অতুল বৰা, পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, পলাশবাৰীত হেমাংগ ঠাকুৰীয়া, হাজোত সুমন হৰিপ্ৰিয়া, বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা, ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী, দক্ষিণ শালমাৰাত আছাবুৰ ইছলাম৷

আৰু পঢ়িব পাৰিব : আম্বানীলৈ ভাবুকি! নিয়াৰ জালত আৰক্ষীৰ সহকাৰী পৰিদৰ্শক

আনহাতে ধুবুৰীত প্ৰাৰ্থীত্ব লাভ কৰে ড০ দেৱময় সান্যালে, গোলকগঞ্জত অশ্বিনী ৰয় সৰকাৰ, পশ্চিম বিলাসীপাৰাত আবুবক্কৰ ছিদ্দিক, পূব বিলাসীপাৰাত অশোক সিংঘি, বিজনীত অজয় কুমাৰ ৰয়, দুধনৈত শ্যামজিৎ ৰাভা, জলেশ্বৰত ওছমান গনি, সৰভোগত শংকৰ চন্দ্ৰ দাস, জনীয়াত ছাহিদুল ইছলাম আৰু বাঘবৰত হাছিনাৰা খাতুন৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
27 ° C
27 °
27 °
89 %
1.5kmh
90 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular