--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা মতে, যুৱকজন বাইকেৰে গৈ থকা অৱস্থাত বাইকখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা বিদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ডিজিটেল ডেস্ক: বজালীৰ ৰিহাবাৰী সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হয়।


নিহত যুৱকজনক ৰিহাবাৰীৰ দেৱাশীষ দাস (২৪) বুলি জানিব পৰা গৈছে।


জানিব পৰা মতে, যুৱকজন বাইকেৰে গৈ থকা অৱস্থাত বাইকখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা বিদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে।


ফলত যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে মৃত্যুক সাবটি লয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত বজালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।


আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ প্ৰাথমিকভাৱে অনুসন্ধান চলাইছে।


ইফালে, এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰিহাবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
সুস্বাস্থ্যৰ ৰহস্য লুকুৱাই আছে আপোনাৰ নাভিত; আজিয়েই গ্ৰহণ কৰক এই আয়ুৰ্বেদিক উপায়
কিয় প্ৰতিদিনে কৰা উচিত সূৰ্য নমস্কাৰ? ইয়াৰ লাভালাভ জানিলে আচৰিত হ’ব
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত দ্য গ্ৰেট খালি; দুটা দিন বানাক্ৰান্ত ৰাইজক আগবঢ়াব সাহায্য
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান