--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ১৫ আগষ্টত কেৰেলামৰ কৰিকুট বাছ ষ্টেণ্ডৰ পৰা হঠাৎ নিৰুদ্দেশ হয় যুৱকজন। যুৱকজন নিৰুদ্দেশ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে দুখীয়া পৰিয়ালটোত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।

ডিজিটেল ডেস্ক: কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হৈছে বটদ্ৰৱা বৰভেটি গাঁৱৰ এজন যুৱক। নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম ৰাব্বুল হুছেইন। জানিব পৰা মতে, প্ৰায় দুমাহ পূৰ্বে কৰ্মসংস্থাপনৰ উদ্দেশ্যে বটদ্ৰৱা বৰভেটিৰ পৰা কেৰেলালৈ গৈছিল ৰাব্বুল।


যোৱা ১৫ আগষ্টত কেৰেলামৰ কৰিকুট বাছ ষ্টেণ্ডৰ পৰা হঠাৎ নিৰুদ্দেশ হয় যুৱকজন। যুৱকজন নিৰুদ্দেশ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে দুখীয়া পৰিয়ালটোত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।


ঘটনা সন্দৰ্ভত গাঁৱৰ ৰাইজে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে নিৰুদ্দেশ যুৱকজনক উদ্ধাৰৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সহায়ৰ আহ্বান জনাইছে।


কোনো সদাশয় ব্যক্তিয়ে যদি ৰাব্বুল হুছেইনৰ সন্ধান লাভ কৰে, তেন্তে 9365797342 / 9037299056 নম্বৰত অথবা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
সুস্বাস্থ্যৰ ৰহস্য লুকুৱাই আছে আপোনাৰ নাভিত; আজিয়েই গ্ৰহণ কৰক এই আয়ুৰ্বেদিক উপায়
কিয় প্ৰতিদিনে কৰা উচিত সূৰ্য নমস্কাৰ? ইয়াৰ লাভালাভ জানিলে আচৰিত হ’ব
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত দ্য গ্ৰেট খালি; দুটা দিন বানাক্ৰান্ত ৰাইজক আগবঢ়াব সাহায্য
বাক্সাৰ বিদ্যালয়ত ২২ ছাত্ৰীৰ অস্বাভাৱিক আচৰণক লৈ ৰহস্য! ভূতৰ আতংকত কম্পমান অঞ্চলবাসী
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
লখিমপুৰৰ ছাত্ৰ নিৰুদ্দেশ; পৰিয়ালত হাহাকাৰ
নাহৰকটীয়াত শোকাৱহ ঘটনা; সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া কিশোৰীৰ