spot_img
22 C
Guwahati
22 C
Guwahati
শনিবাৰ, অক্টোবৰ 23, 2021
Homeআঞ্চলিককৰ’নাৰ সংক্ৰমণ: ৰাজ্যৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হয় গোলাঘাট

কৰ’নাৰ সংক্ৰমণ: ৰাজ্যৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হয় গোলাঘাট

গুৱাহাটী : ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ৷ বৃহস্পতিবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত হয় ২,৬৬৯ জন লোক৷ কালিৰ দিনটোত মৃত্যু ঘটে ৩৮ জন লোকৰ৷ আনহাতে বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ১.৯৪ শতাংশ৷

সম্পুৰ্ণ লকডাউনেও কৰ’নাত আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিব পৰা নাই গোলাঘাট জিলাত৷ সৰ্বাধিক ৩৩৫ জন লোক আক্ৰান্ত হয় জিলাখন৷ তাৰপাছত যোৰহাটত ১৯২জন, শোণিতপুৰত ১৯১ জন লোক আক্ৰান্ত হয় কৰ’নাত৷ যোৰহাটত কালিৰ দিনটোতে ৯ জন লোকৰ মৃত্যু ঘটে কৰ’নাত৷ মৰিগাঁও আৰু শিৱসাগৰত ৪ জনকৈ লোকৰ মৃত্যু৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৭৬ জন লোক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular