Google search engine
28 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeব্ৰেকিং নিউজক'ভিডৰ তৃতীয় ঢৌৰ বাবে দেশ সাজু থাকিব লাগিব: উচ্চতম ন্যায়ালয়

ক’ভিডৰ তৃতীয় ঢৌৰ বাবে দেশ সাজু থাকিব লাগিব: উচ্চতম ন্যায়ালয়

নতুন দিল্লী : দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা৷ অধিক বিপজ্জনক হ’ব পাৰে কৰ’নাৰ তৃতীয় লহৰ৷ কেন্দ্ৰীয় চৰকাৰক তৃতীয় ঢৌৰ সম্বৰ্ধত সতৰ্কবাণী দিছে স্বাস্থ্য বিশেষজ্ঞই৷ তৃতীয় লহৰত অধিক আক্ৰান্ত হ’ব পাৰে শিশু৷ তৃতীয় লহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পদক্ষেপ গ্ৰহণ কৰে৷ কেন্দ্ৰৰ পৰা প্ৰস্তুতিৰ সবিশেষ বিচাৰিলে ন্যায়ালয়ে৷

আৰু পঢ়িব পাৰিব :  ক’ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ !

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে দেশখনক ক’ভিড-১৯ৰ তৃতীয় ঢৌৰ বাবে সাজু থাকিব লাগিব৷ এই তৃতীয় ঢৌত অধিক ক্ষতিকাৰক হ’ব পাৰে শিশুসকল৷ লগতে চৰকাৰক অক্সিজেনৰ ষ্টক সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰু পঢ়িব পাৰিব : তৃণমূলৰ গুণ্ডাৰাজ! সাৰি নগ’ল কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ো

দিল্লীত অক্সিজেনযোগান ৭০০ মেট্ৰিক টনৰ পৰা হ্ৰাস নকৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ৷ উচ্চতম ন্যায়ালয়ৰ মতে, ‘ক’ভিড-১৯ ৰোগীৰ চিকিৎসা কৰি থকাৰ স্বত্বেও দিল্লীৰ লোকসকলৰ মৃত্যু হৈছে আৰু অক্সিজেন যোগানৰ অভাৱৰ বাবে বহুতে প্ৰাণ হেৰুৱাইছে বুলিও অস্বীকাৰ কৰিব নোৱাৰি।’

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
28 °
Sat
27 °
Sun
30 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular