spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকশেহতীয়া অসমৰ ক'ভিড পৰিস্থিতি : আক্ৰান্ত পুনৰ বৃদ্ধি ?

শেহতীয়া অসমৰ ক’ভিড পৰিস্থিতি : আক্ৰান্ত পুনৰ বৃদ্ধি ?

গুৱাহাটী : ৰাজ্যৰ ক’ভিডৰ নীতি-নিৰ্দেশনাত কিছু শিথিলতা অনাৰ পাছতে পুনৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ সোমবাৰে ৰাজ্যত কৰ’নাত আক্ৰান্ত হয় ৫৩৮ গৰাকী লোক৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে আক্ৰান্ত হয় ১০৩ গৰাকী লোক৷ 

যোৱা ২৪ ঘণ্টাত সোমবাৰে কৰ’নাত মৃত্যু হয় ১৫ গৰাকী লোকৰ৷ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি ৰাজ্যত ক’ভিড আৰোগ্যৰ হাৰ ৯৭.৮৬ শতাংশ৷ 

ইপিনে কাইলৈ স্বাস্থ্যমন্ত্ৰীয়ে পুনৰ নতুন এছঅ’পি ঘোষণা কৰিব৷ অৱশ্যে এই এছঅ’পিত পূৰ্বৰ নীতি-নিৰ্দেশনাৰ কিছু সাল-সলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
26 ° C
26 °
26 °
89 %
0kmh
75 %
Thu
25 °
Fri
30 °
Sat
31 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular