Google search engine
26.1 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিকডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ…

ডিব্ৰুগড় : বহু বিতৰ্ক প্ৰতিবাদৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি প্ৰদান কৰে৷ ডঃ লীলাকান্ত নাথক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়ে বিশ্ববিদ্যালয়খনত৷ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে বৃহস্পতিবাৰে এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : নৱনিযুক্ত এছআইৰ নিযুক্তিপত্ৰ বিতৰণঃ হিমা দাসো আজিৰেপৰা ডিএছপিৰ ৰূপত

নতুন উপাচাৰ্য ডঃ লীলাকান্ত নাথ ফাৰ্মাচিউটিকেল বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত৷ বিশ্ববিদ্যালয়ৰ বিত্তীয় কেলেংকাৰি আৰু অনিয়মৰ ভিত্তিত ১১ ফেব্ৰুৱাৰীত উপাচাৰ্য পদৰ পৰা নিলম্বিত হৈছিল ডঃ ৰঞ্জিত তামুলী৷ ইয়াৰ পাছতে আৰ এন এছ যাদৱক দিয়া হৈছিল ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব৷

আৰু পঢ়িব পাৰিব : দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড : লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট

উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত অৱসৰ ল’ব ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰ এন এছ যাদৱে৷ ইয়াৰ পাছতে ১ মাৰ্চত কাৰ্যভাৰ গ্ৰহণ কৰিব নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ লীলাকান্ত নাথে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26.1 ° C
26.1 °
26.1 °
93 %
0.7kmh
100 %
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °
Thu
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular