--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত সুৰূত জামাল আলীয়ে পূৰ্বৰে পৰা ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহ আছিল।

ডিজিটেল ডেস্ক: গোসাঁইগাঁৱৰ শিমুলটাপু ডামৰাপাৰাত ড্ৰাগছ জব্দ। গোসাঁইগাঁৱৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত ডামৰাপাৰাত ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


শিমুলটাপু আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ডামৰাপাৰা দলঙৰ তলৰ পৰা ড্ৰাগছসহ গোসাঁইগাঁৱৰ খামাৰপাৰাৰ জামাল আলীৰ পুত্ৰ সুৰূত জামাল আলীক(২৬) আটক কৰে।


আৰক্ষীয়ে ধৃত সুৰূত জামাল আলীৰ পৰা ২১টা কণ্টেইনাৰত মুঠ ১৩.১৮ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত সুৰূত জামাল আলীয়ে পূৰ্বৰে পৰা ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহ আছিল।


ঘটনাৰ সন্দৰ্ভত শিমুলটাপু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱত ড্ৰাগছসহ আটক এজন
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সামুদ্ৰিক শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে ‘ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়’য়ে
PIBৰ উদ্যোগত অসমৰ সংবাদ প্ৰতিষ্ঠানৰ ১১জনীয়া সম্পাদক দলৰ ৫দিনীয়া তামিলনাডু ভ্ৰমণ আৰম্ভ
দেৰগাঁৱত লোকপিয়লত নিয়োজিত শিক্ষয়িত্ৰী কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত
পেলনীয়া সামগ্ৰীৰে সৃষ্টিৰ অনন্য নিদৰ্শন কমাৰগাঁৱৰ প্ৰতিভাধৰ শিল্পী অতুল হাজৰিকাৰ
কাছাৰত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ
সৰুপথাৰত মৰ্মান্তিক ঘটনা; মুকলিকৈ পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু