Google search engine
34 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিককলগাছিয়াৰ ষ্টেট বেংকৰ শাখা অনিৰ্দিষ্ট কাললৈ বন্ধঃ গ্ৰাহকৰ মাজত হাহাকাৰ

কলগাছিয়াৰ ষ্টেট বেংকৰ শাখা অনিৰ্দিষ্ট কাললৈ বন্ধঃ গ্ৰাহকৰ মাজত হাহাকাৰ

বৰপেটাঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ কলগাছিয়া শাখাৰ চাৰিজনকৈ কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱাৰ ফলত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ কলিতাই অনিৰ্দিষ্ট কাললৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে। ফলত বেংক বন্ধ থকাত গ্ৰাহকসকলে বেংকৰ সন্মুখৰ পৰা উভতি যাবলগীয়া হৈছে।

নিজৰ একাউণ্টত জমা থোৱা টকাৰ লেনদেন কৰিবলৈ অহাৰ লগতে বহুতেই আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয়, জব কাৰ্ড, বৃদ্ধপেঞ্চন আদিৰ টকা তুলিবলৈ কিন্তু হঠাতে অনিৰ্দিষ্টকাললৈ বেংক বন্ধ থকাৰ ঘটনাই বিপাঙত পৰিছে গ্ৰাহকসকল| যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে| অতিশীঘ্ৰে বেংকত ছেনিটাইজ কৰি বেংক খুলি দিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
34 ° C
36.4 °
34 °
70 %
2.6kmh
75 %
Wed
34 °
Thu
31 °
Fri
30 °
Sat
30 °
Sun
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular