spot_img
26.9 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিক১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ'ব নতুন নিয়ম !

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ’ব নতুন নিয়ম !

গুৱাহাটী: ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি প্ৰদান কৰে গুৰুত্বপূর্ণ মন্তব্য৷ ১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আনলক নহয় ৰাজ্যত৷ অৱশ্যে কিছু কিছু ক্ষেত্ৰত আহিব শিথিলতা বুলিও জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

১ ছেপ্টেম্বৰত নতুন এছঅ’পি ঘোষণা হ’ব৷ ক’ভিডৰ তৃতীয় ঢৌক লৈ সম্পূৰ্ণ সাজু স্বাস্থ্য বিভাগ৷ তৃতীয় ঢৌৰ সৈতে যুঁজ দিবলৈ সাজু বিভাগ৷ পোষ্ট ক’ভিডৰ চিকিৎসাৰ বাবে কালাপাহাৰ হাস্পতাল সাজু কৰা হৈছে৷

কালাপাহাৰ হাস্পতালত পোষ্ট ক’ভিডৰ বাবে ১০৬খন বিচনা সাজু কৰা হৈছে বুলি জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26.9 ° C
26.9 °
26.9 °
86 %
0.8kmh
100 %
Sun
27 °
Mon
34 °
Tue
31 °
Wed
29 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular