spot_img
27 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeআঞ্চলিকআকৌ নতুন এছঅ’পি ! নিয়ন্ত্ৰণলৈ আহিবনে ক’ভিড?

আকৌ নতুন এছঅ’পি ! নিয়ন্ত্ৰণলৈ আহিবনে ক’ভিড?

গুৱাহাটী : ৰাজ্যৰ ক’ভিডৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ সময়তে পুনৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ মঙলবাৰে ৰাজ্যত কৰ’নাত আক্ৰান্ত হয় ৫৭০গৰাকী লোক৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে আক্ৰান্ত হয় ১৩১ গৰাকী লোক৷

অৱশ্যে যোৱা ২৪ ঘণ্টাত কৰ’নাত মৃত্যুৰ সংখ্যা কিছু হ্ৰাস পাইছে। কালিৰ দিনটোত মৃত্যু হয় ৫ গৰাকী লোকৰ৷ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি ৰাজ্যত ক’ভিড আৰোগ্যৰ হাৰ ৯৭.৮৭ শতাংশ৷

ইপিনে আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নতুন এছঅ’পি ঘোষণা কৰিব৷ অৱশ্যে এই এছঅ’পিত পূৰ্বৰ নীতি-নিৰ্দেশনাৰ কিছু সাল-সলনি ঘটোৱাৰ সম্ভাৱনা আছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
83 %
0kmh
75 %
Tue
27 °
Wed
28 °
Thu
32 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular