Google search engine
28 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিক‘ডিনাৰ ৰাজনীতি’ : আজমলৰ বাসভৱনত তেজস্বী যাদৱৰ নৈশ ভোজন

‘ডিনাৰ ৰাজনীতি’ : আজমলৰ বাসভৱনত তেজস্বী যাদৱৰ নৈশ ভোজন

গুৱাহাটী : বিধানসভা নিৰ্বাচনলৈ মাজত মাথোন এমাহ বাকী৷ এনে সময়তেই সকলো ৰাজনৈতিক দল ব্যস্ত এতিয়া ভোটৰ অংকত৷ তাৰ মাজতেই এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে কৰিছে ‘ডিনাৰ ৰাজনীতি’৷

আৰু পঢ়িব পাৰিব : প্ৰথমবাৰৰ বাবে ৩ শ্ৰেণীৰ লোকলৈ বিশেষ ব্যৱস্থা : গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

এইবাৰ আজমলৰ চৰকাৰী বাসভৱনত ‘ৰাষ্ট্ৰীয় জনতা দল’ৰ নেতা তেজস্বী যাদৱৰ নৈশ ভোজন৷ আজমলৰ বাসভৱনত নৈশ আহাৰ গ্ৰহণ কৰি আলোচনা তেজস্বীৰ৷ উল্লেখ্য যে, কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁটবন্ধনৰ প্ৰতি সমৰ্থন জনাইছে তেজস্বীয়ে৷

আৰু পঢ়িব পাৰিব : অসমৰ ৰাজনীতিতো তেজস্বী যাদৱ! বিৰোধী মহাজোঁটৰে চামিলৰ সম্ভাৱনা

‘ভাৰতীয় সংবিধান এতিয়া বিপদত৷ মহাজোঁটবন্ধনক লৈ স্থানীয় নেতাই ল’ব সিদ্ধান্ত।’ আলোচনাৰ পাছতে এই মন্তব্য কৰে লালুপুত্ৰ তেজস্বীয়ে৷ ইপিনে চাহ শ্ৰমিকৰ সমস্যা, বন্ধ হৈ থকা কাগজ কলমুকলিৰ দৰে বিষয়ত গুৰুত্ব দিবলৈ মহাজোঁটবন্ধনক আহ্বান জনায় তেওঁ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Tue
32 °
Wed
31 °
Thu
33 °
Fri
33 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular