Google search engine
25.6 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকভাৰত বন্ধ : ব্যৱসায়িক সংস্থাৰ বন্ধত দেশত মিশ্ৰিত প্ৰভাৱ

ভাৰত বন্ধ : ব্যৱসায়িক সংস্থাৰ বন্ধত দেশত মিশ্ৰিত প্ৰভাৱ

গুৱাহাটীঃ আজি দেশজুৰি ব্যৱসায়-বাণিজ্য, চকা বন্ধ । ‘কনফেডাৰেশ্যন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ’-এ আহ্বান জনাইছে এই বন্ধৰ। জিএছটি সংশোধন, পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ প্ৰতিবাদকে ধৰি বিভিন্ন দাবীত আহ্বান জনোৱা হৈছিল এই বন্ধৰ। ৪০ হাজাৰ ব্যৱসায়িক সন্থাৰ যৌথ মঞ্চই এই বন্ধলৈ সমৰ্থন জনাইছে।

আৰু পঢ়িব পাৰিব : অযোধ্যাৰ ৰাম মন্দিৰলৈ দান দিলে সংখ্যালঘু বিধায়কে

সৰ্বভাৰতীয় পৰিবহণ কৰ্মী কল্যাণ সংঘয়ো এই বন্ধলৈ সমৰ্থন দিছে। দেশজুৰি এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখা গৈছে। বাণিজ্যিক বাহনৰ চলাচল সেৰেঙা হৈছে বন্ধৰ প্ৰভাৱত।
দেশৰ লগতে অসমতো এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

আৰু পঢ়িব পাৰিব : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ…

মহানগৰীতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। মহানগৰীত বন্ধৰ প্ৰভাৱ কিছু পৰিমাণে পৰা দেখা গৈছে। ভালেমান ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ থকা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কিছু কিছু ঠাইত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক যদিও ঠাই বিশেষে মিশ্ৰিত প্ৰভাৱ পৰিছে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.6 ° C
25.6 °
25.6 °
97 %
1.2kmh
100 %
Sat
27 °
Sun
27 °
Mon
29 °
Tue
32 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular