spot_img
27 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeআঞ্চলিকবোন্দা-চপাইদং সংযোগী ৰে’লৱে ক্ৰছিঙত অঘটনঃ নিহত ১

বোন্দা-চপাইদং সংযোগী ৰে’লৱে ক্ৰছিঙত অঘটনঃ নিহত ১

গুৱাহাটীঃ বোন্দা-চপাইদং সংযোগী ৰে’ল ক্ৰছিঙত সংঘটিত হৈছে অঘটন। দুখন ৰে’লৰ ক্ৰছিঙত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক বুলি আমাৰ সাংবাদিকে জনাইছে।

নিহত ব্যক্তিজনৰ নাম নাৰায়ণ কোচ আৰু সংকটজনক অৱস্থাত থকাগৰাকীৰ নাম অঞ্জন কোচ বুলি জানিব পৰা গৈছে। নাৰেংগীৰ পৰা চপাইদঙলৈ এখন পালছাৰ বাইকেৰে দুই ভাতৃয়ে গৈ থকা অৱস্থাত ৰে’ল পথটো পাৰ হ’ব খোজোতেই উজনিমুৱা আৰু নামণিমুৱা দুখন ৰে’ল অহাৰ সময়তে সংঘটিত হয় এই অঘটন।

ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল আৰক্ষী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
83 %
0kmh
75 %
Tue
27 °
Wed
28 °
Thu
32 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular