spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকপুনৰ কাক ভাবুকি দিলে আলফাই ?

পুনৰ কাক ভাবুকি দিলে আলফাই ?

গুৱাহাটী: অসমৰ তিনিটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ শেহতীয়া অসমীয়া থলুৱা বিৰোধী স্থিতিৰ সন্দৰ্ভত আলফা (স্বাঃ)-এ এক বিবৃতি প্ৰদান কৰে৷ অইল ইণ্ডিয়া, প’ল ফিল্ড দখলৰ চেষ্টা চলোৱা লোক আৰু পানীতোলা চাহ বাগিচা কৰ্তৃপক্ষক ভাবুকি প্ৰদান কৰিছে ‘আলফা স্বাধীন’-এ৷

আজি এক বিবৃত্তিৰ জৰিয়তে আলফা স্বাধীনে তেওঁলোকৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিবাদৰ ভাবুকি প্ৰদান কৰে৷ ঠিকাভিত্তিক কৰ্মচাৰী নিয়োগ কৰাৰ বাবে এই ভাবুকি অইল ইণ্ডিয়ালৈ৷ চাবুৱাৰ প’ল ফিল্ড দখলৰ চেষ্টা চলোৱা বাবে এপিজে চাহগোষ্ঠীক ভাবুকি দিয়াৰ লগতে পানীতোলা চাহ বাগিচাৰ খেলপথাৰ খান্দিবলৈ চেষ্টা চলোৱা বাবে বাগিচা কৰ্তৃপক্ষকো ভাবুকি প্ৰদান কৰে।

উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ বাবে আলফাই ঘোষণা কৰা যুদ্ধবিৰতি অব্যাহত আছে আৰু থাকিব বুলিও উল্লেখ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
28 ° C
28 °
28 °
83 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular