• আকৌ অসুস্থ কিম্বদন্তী অভিনেতা দিলীপ কুমাৰ

    মনোৰঞ্জন
    আকৌ অসুস্থ কিম্বদন্তী অভিনেতা দিলীপ কুমাৰ

    নতুন দিল্লীঃ বলীউডৰ স্বনামধন্য অভিনেতা দিলীপ কুমাৰক পুনৰ চিকিত্সাডলয়ত ভৰ্তি কৰা হৈছে। হাওঁফাওঁৰ সংক্ৰমণৰ বাবে অভিনেতাগৰাকীক মুম্বাইৰ হিন্দুজা চিকিত্সা লয়ত ভৰ্তি কৰা হৈছে। বৰ্তমান অভিনেতাগৰাকীৰ স্বাস্থ্য ক্ৰমাত সুস্থিৰ পৰ্যায়লৈ উন্নীত হোৱা বুলি চিকিত্সা লয় কৰ্তৃপক্ষই জানিবলৈ দিছে। উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিত্সা লয়ত ভৰ্তি কৰোৱা হৈছিল।






    বৰ্তমান হিন্দুজা চিকিত্সাচলয়ত চিকিত্স্ক নীতিন গোখলে, অৰুণ শ্বাহ আৰু জলীল ফাৰুকীয়ে অভিনেতাগৰাকীৰ চিকিত্সাণত জড়িত হৈ আছে। চিকিত্সগক জলীল ফাৰুকীয়ে অভিনেতাগৰাকীৰ স্বাস্থ্য সম্পৰ্কে পূৰ্বৰে পৰাই অৱগত আছিল। সেয়ে তেওঁ লীলাৱতী চিকিত্সাৰলয়ৰ পৰাই যোগাযোগ কৰি আছে। জানিব পৰা মতে অভিনেতাগৰাকীৰ হাওঁফাওঁৰ বহিঃভাগত তৰল পদাৰ্থ জমা হৈছিল। যাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল। অৱশ্যে, চিকিত্সাৰৰ পাছত এই তৰল পদাৰ্থখিনি উলিয়াই পেলোৱা হৈছে। সম্প্ৰতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে তেওঁৰ স্বাস্থ্য। ইফালে বলীউড তথা অনুৰাগীসকলে প্ৰিয় অভিনেতাগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjong