• আমাৰ ভূপেনদা ছিজন-৬ৰ সামৰণি : কোনে পিন্ধিলে বিজয়ৰ মুকুট !

    মনোৰঞ্জন
    আমাৰ ভূপেনদা ছিজন-৬ৰ সামৰণি : কোনে পিন্ধিলে বিজয়ৰ মুকুট !

    গুৱাহাটী : অন্ত পৰিল 'আমাৰ ভূপেনদা ছিজন-৬'৷ দেওবাৰে 'আমাৰ ভূপেনদা ছিজন -৬'ৰ চূড়ান্ত প্ৰতিযোগিতাত ৰাইজৰ ভোট আৰু বিচাৰকৰ বাচনি মৰ্মে ঘোষণা কৰা হ'ল বিজয়ী প্ৰতিযোগীৰ নাম৷





    আমাৰ ভূপেনদা ছিজন-৬ৰ চূড়ান্ত বিজয়ীৰ নাম-
    ক) শাখা-
    প্ৰথম বিজয়ী- মৃদুপৱন বৰা, লখিমপুৰ
    দ্বিতীয় বিজয়ী- ৰাজকুমাৰী ফাল্গুনী, শিৱসাগৰ
    তৃতীয় বিজয়ী- আশ্বাস আয়ুষ্মান, গুৱাহাটী









    খ) শাখা-
    প্ৰথম বিজয়ী- কৃতিকা নাথ, উত্তৰ গুৱাহাটী
    দ্বিতীয় বিজয়ী- দেৱস্মিতা কাশ্যপ, গুৱাহাটী
    তৃতীয় বিজয়ী- পাৰ্লি ৰঞ্জনী গগৈ, চৰাইদেউ









    ক) শাখাৰ প্ৰাইজ
    প্ৰথম বিজয়ী- ৫০,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
    দ্বিতীয় বিজয়ী- ৩০,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
    তৃতীয় বিজয়ী- ১৫,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা





    খ) শাখাৰ প্ৰাইজ
    প্ৰথম বিজয়ী- ১,০০০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
    দ্বিতীয় বিজয়ী- ৫০,০০০ টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
    তৃতীয় বিজয়ী- ৩০,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা