• নগ্ন ফটো প’ষ্ট কৰি ভাইৰেল এগৰাকী তাৰকা; অবাক স্বামীয়ে ঘৰলৈ গাখীৰ, বাদাম আনিবলৈ দিলে পৰামৰ্শ

    মনোৰঞ্জন
    নগ্ন ফটো প’ষ্ট কৰি ভাইৰেল এগৰাকী তাৰকা; অবাক স্বামীয়ে ঘৰলৈ গাখীৰ, বাদাম আনিবলৈ দিলে পৰামৰ্শ
    ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত বিভিন্ন খবৰৰ বাবে বলীউড কিম্বা হলীউড তাৰকাৰ প’ষ্টসমূহ ভাইৰেল হৈ পৰা দেখা যায়। একাধিক অনাকাংক্ষিত খবৰে চুই যায় বলীউড কিম্বা হলীউডৰ মঞ্চ। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। নগ্ন ফটো প’ষ্ট কৰিছে হলীউড তাৰকা কেটী পেৰীয়ে। ইনষ্টাগ্ৰামত প’প তাৰকাৰ নগ্ন ছবিক লৈ সৰ্বত্ৰে এতিয়া বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছে। কেটীৰ নগ্ন ছবিখনৰ কমেণ্টত প্ৰেমিকা তথা হলিউড অভিনেতা অৰলেণ্ডো ব্লুমে ঘৰ-সংসাৰৰ প্ৰসংগ উত্থাপন কৰাৰ পাছতে লাইক, কমেণ্টেৰে ভৰি পৰিছে কেটীৰ ইনষ্টাগ্ৰাম প’ষ্ট।

    পিন্ধনত কেৱল এটা ক'লা পেণ্ট পৰিহিতা কেটীয়ে দুৱাৰত আউজী কেমেৰালৈ ঘূৰি চাইছে। কেটীৰ শৰীৰৰ অৰ্ধাংগ অনাবৃত। কেটীৰ কেকোৰা চুলিয়ে চুইছেহি কঁকাল। ছবিখনৰ কেপচনত কেটীয়ে লিখিছে, ‘লেট ইট বাৰ্ণ।’ ছবিখনৰ কমেণ্টত অৰলেণ্ডো ব্লুমে লিখিছে, ‘ঘৰত বাদাম,গাখীৰ শেষ হৈছে। তুমি অলপমান আনিব পাৰিবা নেকি?’ হলিউড তাৰকাগৰাকীৰ এই মন্তব্যৰ পাছতে ২৪ ঘণ্টাত ১৪,৫০০ লাইকেৰে ভৰি পৰিছে কেটীৰ প’ষ্ট। ৩৬ বছৰীয়া পপ তাৰকা তথা ‘পাইৰেটছ অফ দ্য কেৰিবিয়ান’ ছবিৰ জনপ্ৰিয় অভিনেতা অৰলেণ্ডোই ২০১৬ চনৰ পৰাই কেটীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে। ২০১৭ চনত ইজনে-সিজনৰ পৰা আঁতৰি গৈছিল যদিও পাছৰ বছৰত দুয়ো পুনৰ একেলগে থকাৰ লৈছিল পন। ২০১৯ চনত সম্পন্ন হয় দুয়োৰে বিবাহ। ২০২০ চনত দুয়োজন তাৰকাৰ জীৱনলৈ আহে প্ৰথম সন্তান।