comScore
  • বিচ্ছেদৰ পাছত চকুৰ পানীৰে নহয় নৃত্যৰে ভগা হৃদয়ত মলম লগাব ৰাখীয়ে !

    মনোৰঞ্জন
    বিচ্ছেদৰ পাছত চকুৰ পানীৰে নহয় নৃত্যৰে ভগা হৃদয়ত মলম লগাব ৰাখীয়ে !
    ডিজিটেল ডেস্ক : কঠিন সময়ৰ মাজেৰে দিন কটাইছে অভিনেত্ৰী ৰাখী সাৱন্তে। ভেলেণ্টাইন ডে'ৰ আগৰ দিনাখন ইনষ্টাগ‌্ৰামত ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ বিষয়ে পোষ্ট কৰিছিল ৰাখীয়ে। তাৰপাছত যেন একপ্ৰকাৰে ভাঙি পৰিছিল অভিনেত্ৰীগৰাকী। এটি মনটো ভাল লগাবলৈ ৰাখীয়ে এখন বিবাহ লৈ গমন কৰিব।

    ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ পুৱাৰ ভাগত আফছানা-চাজৰ বিয়ালৈ ৰাওনা হ'ব ৰাখী।স্বামী ৰীতেশ সিঙৰ পৰা হঠাতে পৃথক হোৱাৰ বাবে ৰাখী সাৱন্তে কঠিন সময়ৰ মাজেৰে দিন কটাইছে। অৱশ্যে, তেওঁ নিশ্চিত কৰিছে যে তেওঁৰ ব্যক্তিগত জীৱনে তেওঁৰ বিগ বছ ১৫ৰ বন্ধু আফছানা খানৰ বিয়াত প্ৰভাৱ পেলাব নোৱাৰে।

    সংবাদ মাধ্যমৰ সৈতে শেহতীয়াকৈ হোৱা বাৰ্তালাপত ৰাখী সাৱন্তে তেওঁৰ ফিয়াংক চাজৰ সৈতে আফছানাৰ বিয়াৰ প্ৰস্তুতিৰ বিষয়ে স্পষ্টভাৱে অৱগত কৰিছিল। তেওঁ প্ৰকাশ কৰিছিল যে, বিবাহৰ প্ৰতিটো উৎসৱৰ বাবে তেওঁৰ পোছাক সাজু । বিবাহ ঘৰত নৃত্য কৰি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰিবলৈ ও সাজু আছে তেওঁ । 'ধাৰাৱী' আৰু 'গণপতি' নৃত্য কৰি সকলোৰে মন মুহিবলৈ সাজু হৈছে নৃত্য শিল্পীগৰাকী। এই নৃত্যৰ সম্পৰ্কত তেওঁ কয়, 'মুঝে পাচান্দ হে, আপনা মাষ্ট ফ্ৰিক-আউট নৃত্য,।'
    লগতে অতিথিৰ তালিকাত চেলিব্ৰেটীসকলৰ ভিতৰত কোন আছে সেই সন্দৰ্ভত ৰাখীয়ে প্ৰকাশ কৰে যে বলীউডৰ অভিনেত্ৰী জৰিন খানৰ পৰা বিগ বছ ১৫ ৰ উমাৰ ৰিয়াজলৈকে সকলোকে আফছানা আৰু চাজৰ বিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে।

    ৰাখীয়ে আৰু প্ৰকাশ কৰিছিল যে, সকলোৱে ১৮ ফেব্ৰুৱাৰীৰ পুৱা আফছানা-চাজৰ বিয়ালৈ ৰাওনা হ'ব। সময় আৰু অন্যান্য বিৱৰণ ভাগ বতৰা কৰি, ইপিনে ৰাখীক আদৰিবলৈ পাপাৰাজিক বিমানবন্দৰত উপস্থিত হ'ব বুলিও মন্তব্য কৰে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam online