• মালদ্বীপত জুই লগোৱা বিকিনি পৰিহিতা কোন এই মোহময়ী অভিনেত্ৰী

    মনোৰঞ্জন
    মালদ্বীপত জুই লগোৱা বিকিনি পৰিহিতা কোন এই মোহময়ী অভিনেত্ৰী

    মুম্বাই : বলীউডত খলকনি তোলা মোহময়ী অভিনেত্ৰী জানভি কাপুৰে ছ'ছিয়েল মিডিয়াত প্ৰায়ে যুৱ চামক আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে৷ ইনষ্টাগ্ৰামত দিয়া এক ভিডিঅ'ত আকৰ্ষণীয় বিকিনি পৰিধান কৰা জানভিৰ সৌন্দৰ্যতাই এতিয়া অনুৰাগীৰ মাজত বেছ জনপ্ৰিয় হৈ উঠিছে৷









    শেহতীয়াকৈ জানভিয়ে বিকিনি পৰিধান কৰি মালদ্বীপত মনোৰঞ্জনৰ সময় পাৰ কৰা ভিডিঅ' আৰু ফটোৱে বিশেষ চৰ্চাত আহিছে৷ এই ভিডিঅ'টি লোৱাৰ সময়ত জানভিয়ে এখন পৰ্যটন আৰু অৱসৰৰ বিনোদনৰ এখন আলোচনীৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল৷





    বিভিন্ন ব্যক্তিগত তথা ব্যৱসায়িক কাম-কাজৰ শেহতীয়া তথ্য অভিনেত্ৰীগৰাকীয়ে নিজৰ একাউণ্টৰ জৰিয়তে প্ৰায়ে ছেয়াৰ কৰি আহিছে৷ শেহতীয়া এইটো ভিডিঅ'ৱে এতিয়া জানভিক যথেষ্ট চৰ্চালৈ আনিছে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor