comScore
  • অটোত উঠি সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গ’ল অস্কাৰ বিজয়ী এ আৰ ৰহমান! মুগ্ধ অনুৰাগীমহল

    মনোৰঞ্জন
    অটোত উঠি সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গ’ল অস্কাৰ বিজয়ী এ আৰ ৰহমান! মুগ্ধ অনুৰাগীমহল
    ডিজিটেল ডেস্কঃ তেওঁ দেশৰ আগশাৰীৰ সুৰকাৰ। কিন্তু এ আৰ ৰহমানে আকৌ এবাৰ প্ৰমাণ কৰিলে যে মাটিৰ মানুহ। সাধাৰণতে শীৰ্ষ তাৰকাসকলে দামী গাড়ীত উঠি কোনো অনুষ্ঠানলৈ আহে। কিন্তু শনিবাৰে তামিলনাডুত অনুষ্ঠিত সংগীত সন্মিলনত ৰহমান যিদৰে উপস্থিত হৈছিল, বহু লোক স্তম্ভিত হৈ পৰিছিল।

    তামিলনাডুৰ নাগাপট্টিনামৰ নগৰ দৰগাহত প্ৰতি বছৰে কান্ধুৰী সংগীত সন্মিলন অনুষ্ঠিত হয়। শনিবাৰে নিশা তাত অংশগ্ৰহণ কৰে ৰহমানে। ভিৰৰ মাজত অটো ৰিক্সাত আহি উপস্থিত হোৱা দেখা গ’ল সংগীতৰ ‘মেষ্ট্ৰ’ক। ৰঙা ৰঙৰ পাঞ্জাবী পিন্ধিছিল। ৰহমানক এনেদৰে দেখি অনুৰাগীয়ে ছচিয়েল মিডিয়াত প্ৰশংসা কৰে। একাংশৰ মতে, খ্যাতিৰ শিখৰত উঠিও তেওঁ নিজৰ শিপা পাহৰা নাই। 

    শেহতীয়াকৈ আবুধাবিত এটা গীত মুক্তি পোৱাৰ উপলক্ষে ৰহমানে উপস্থিত হৈছিল। ইউ এ ইৰ ৫২ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশৰ প্ৰতিষ্ঠাপকগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এখন চিকিৎসালয়ত ‘আশাৰ গীত’ গীতটি পৰিবেশন কৰে ৰহমানে। শিল্পীগৰাকীৰ সৈতে অৰ্কেষ্ট্ৰাত ৫২ গৰাকী মহিলা শিল্পী।

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam online