comScore
  • ৰূপে-গুণে অনন্যা! এওঁৱেই নেকি বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা উকিল? কি নাম তেওঁৰ? কেনেধৰণৰ পুুৰুষৰ সংগ ভাল পায় তেওঁ? জানক!

    মনোৰঞ্জন
    ৰূপে-গুণে অনন্যা! এওঁৱেই নেকি বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা উকিল? কি নাম তেওঁৰ? কেনেধৰণৰ পুুৰুষৰ সংগ ভাল পায় তেওঁ? জানক!
    ডিজিটেল স্কেলঃ ৰূপে-গুণে আগবঢ়া এগৰাকী ব্ৰাজিলিয়ান মডেল। মোহময়ী মুখ আৰু লয়লাস শৰীৰৰ ভংগীমাই নিদ্ৰা হৰণ কৰিছে অনেক পুৰুষৰ। নাম তেওঁৰ- ডেনিছ ৰ’ছা (Denise Rocha)। মডেলিঙৰ উপৰিও তেওঁ এগৰাকী মূলতঃ উকিল। উকালতি নকৰাৰ সময়ছোৱাত তেওঁ মডেলিং কৰে।

    ইতিমধ্যে সামাজিক মাধ্যমত ডেনিছৰ আবেদনময়ী ফটোবোৰে ধুমুহাৰ সৃষ্টি কৰিছে। ৩৯ বৰ্ষীয় এই মডেলগৰাকীয়ে ব্ৰাজিলৰ এটা টিভি শ্ব’টো ভাগ লৈছিল। ২০১২ চনৰ ছেপ্তেম্বৰ মাহত ডেনিছৰ ফটোশ্বুট প্ৰকাশ পায় বিখ্যাত প্লে’বয় মেগাজিনত।

    ডেনিছক 'চিপিআই হাৰিকেন’ নামেৰও জনা যায়। ইতিমধ্যে বহু পুৰষৰ দেহ-মনত জুই লগাইছে ডেনিছে। বহু পুৰুষৰ বাবে তেওঁ সপোনৰ পৰী। কিন্তু কেনেকুৱা ধৰণৰ পুৰুষৰ সংগ কামনা কৰে ডেনিছে? শেহতীয়ীকৈ প্ৰকাশ কৰিছে এই বিষয়ে।

    ডেনিছে কয় যে তেওঁ বুদ্ধি-বৃত্তিত আগৰণুৱা সপ্ৰতীভ লোকসকলক পচন্দ কৰে। কিন্তু পুৰুষে তেওঁক কেৱল দেখিবলৈ ধুনীয়া বাবেহে চায় বুলি আক্ষেপ কৰে। নিজকে চেপিঅ’চেস্কুৱেল (sapiosexual) আখ্যা দিয়ে। অৰ্থাৎ তেওঁৰ পচন্দ হৈছে বৌদ্ধিক আৰু সপ্ৰতীভ পুৰুষ।

    ডেনিছে কয়- ''যেতিয়া কোনো এটা বিষয়ত আধিপত্য বিস্তাৰ কৰা আৰু কঠিন বিষয়সমূহত কথা ক’ব পৰা পুৰুষ লগ পাওঁ, তেতিয়া মই উৎসাহী হৈ পৰো।’’

    পুৰুষৰ আকৰ্ষণীয় শৰীৰতকৈ মগজুক আগস্থান দিয়ে বুলি তেওঁ মতপ্ৰকাশ কৰে। কয়- ''বুদ্ধি-বৃত্তি নথকা লোকসকলে মোক আকৰ্ষণ কৰিব নোৱাৰে।’’

    উল্লেখ্য যে ডেনিছে এবাৰ নগ্ন ফটোশ্বুটো কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ ভাৰতীয় মূল্যত ৮২ লাখতকৈও অধিক টকা লাভ কৰিছিল।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388