Business
Digital Desk: The Indian equity indices, NSE Nifty and BSE Sensex closed lower on Thursday. The NSE Nifty ended below the 23,550 mark, while the BSE Sensex dropped to 528 Points.
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ডিজিটেল ডেস্কঃ
ৰাজনীতিৰ বিষয়ে তেওঁ বিশেষ মতামত প্ৰকাশ নকৰে। অৱশ্যে শেহতীয়াকৈ এক সাক্ষাৎকাৰত
ৰণবীৰ কাপুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ে কয়। ৰণবীৰক তেওঁৰ ৰাজনৈতিক
মতামতক লৈ প্ৰশ্ন কৰা হৈছিল। অভিনেতাজনে কয় যে তেওঁ ৰাজনীতিৰ বিষয়ে বিশেষ চিন্তা
নকৰে। কিন্তু প্ৰধানমন্ত্ৰীক তেওঁ বৰ ভাল পায়।
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">সাক্ষাৎকাৰত তেওঁ
কয় - ‘‘
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">মই ৰাজনীতিৰ
বিষয়ে বিশেষ একো নাভাবো। কিন্তু চাৰি-পাঁচ বছৰ আগতে আমি অভিনেতা আৰু পৰিচালকসকলে
একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ কৰিবলৈ গৈছিলো। টিভিত তেওঁক দেখা পোৱা
যায়। বক্তা হিচাপে তেওঁ বহুত ভাল। মনত আছে,
mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
minor-latin;mso-bidi-language:BN">আমি বহিলোঁ। সকলোৰে লগত ব্যক্তিগতভাৱে কথা
পাতিলে। সেই সময়ত দেউতা চিকিৎসাধীন হৈ আছিল। তেওঁ মোক দেউতাৰ কথা সুধিলে। আলিয়াৰ
লগত আন কিবা এটা কথা পাতিলে। আকৌ বিকি কৌশল আৰু কৰণ জোহৰৰ বাবে তেওঁৰ সুকীয়া
প্ৰশ্ন আছিল। তেওঁ সকলোৰে লগত ব্যক্তিগতভাৱে কথা পাতিছিল।"
mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ইয়াতেই শেষ
নহয়। ৰণবীৰে প্ৰধানমন্ত্ৰীক শ্বাহৰুখ খানৰ সৈতেও তুলনা কৰে। অভিনেতাজনে কয়,
‘
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">এনে উৎসাহ মহান ব্যক্তিৰ
মাজত দেখা যায়। এই উৎসাহ তেওঁলোকৰ মাজত
দেখা যায়। শ্বাহৰুখ খানও তেনেকুৱাই। এনে বহু মহান ব্যক্তি আছে। এই আচৰণে বহু কথাই
কয়।”
Leave A Comment