Regional
Digital Desk: The Assam government handed over ex-gratia payments of Rs. 10 lakh each to the families of four deceased workers in the Umrangso Coal Mine Tragedy. Minister for Mines and Minerals Kaushik Rai <
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">খবৰ অনুসৰি, নৱেম্বৰ মাহত এইচ এন ৰিলায়েন্স
হাস্পতালত আলিয়া ভাটে সন্তান প্ৰসৱ কৰাৰ কথা আছিল। এনে পৰিস্থিতিত আজি পুৱা
আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক এইচ এন ৰিলায়েন্স হাস্পতাললৈ যোৱা দেখি অনুৰাগীসকল
ছুপাৰ এক্সাইটেড হৈ পৰিছিল। কাপুৰ পৰিয়ালৰ লগতে এতিয়া ৰণবীৰ-আলিয়াৰ সকলো
অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে কণমানি অতিথিজনীক চাবৰ বাবে।
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;mso-bidi-font-family:Vrinda;mso-bidi-theme-font:
minor-bidi">উল্লেখযোগ্য যে, এই বৰ্ষৰে ১৪ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল এই দুই
তাৰকা। বিবাহৰ কিছুদিন পাছতে আলিয়াই সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীক জনাইছিল ভাল
খবৰটো। আনহাতে গৰ্ভৱতী হৈ থকা অৱস্থাতে আলিয়াই শ্বুটিং কৰিছিল হলীউডৰ ছবি। শেহতীয়া
বলীউড ছবি ব্ৰহ্মাস্ত্ৰৰো প্ৰমোচনত কৰিছিল অংশগ্ৰহণ। কাপুৰ পৰিয়ালত ইতিমধ্যে আৰম্ভ
হৈছে চেলিব্ৰেচন। হাস্পতালত স্বামী ৰণবীৰ কাপুৰৰ সৈতে উপস্থিত আছে আলিয়াৰ মাতৃ চনী
ৰাজদান আৰু শাহু নীতু কাপুৰ।
Leave A Comment