comScore
  • বয়স ৫০ৰ ওচৰাওচৰি, কিন্তু আজিও পুৰুষৰ হৃদয়ৰ ৰাণী মালাইকা আৰোৰা, জানো আহক তেওঁৰ সম্পত্তিৰ পৰিমাণ

    মনোৰঞ্জন
    বয়স ৫০ৰ ওচৰাওচৰি, কিন্তু আজিও পুৰুষৰ হৃদয়ৰ ৰাণী মালাইকা আৰোৰা, জানো আহক তেওঁৰ সম্পত্তিৰ পৰিমাণ

    ডিজিটেল ডেস্কঃ বয়স ৫০ৰ ওচৰাওচৰি, কিন্তু এই বয়সতো পুৰুষৰ
    হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিব পাৰে মালাইকা আৰোৰাই। বলিউডৰ এগৰাকী অতীৱ সুন্দৰীৰ
    আইটেম ডেন্সে ছৱিপ্ৰেমীসকলক মোহিত কৰি ৰাখিছে।



    প্ৰায় ৩০ বছৰ ধৰি বলিউডত দপদপাই আছে মালাইকাই। চেহাৰাত অহা
    নাই কোনো পৰিৱৰ্তন। বৰঞ্চ গ্লেমাৰ বাঢ়িহে গৈছে। ফিটনেছ, ফেশ্যন, ষ্টাইলৰ ক্ষেত্ৰত
    আজিও কুৰি বছৰীয়া তৰুণী হৈ আছে মালাইকা।
    Vrinda;color:black;mso-bidi-language:AS">



    mso-hansi-font-family:"Noto Serif Bengali Bold";color:black;mso-bidi-language:
    AS">উল্লেখ্য যে আজিলৈকে কোনো ছৱিত মূল চৰিত্ৰত অভিনয় কৰা নাই মালাকাই, কেৱল
    নৃত্যশৈলীহে প্ৰদৰ্শন কৰি আহিছে। তৎসত্বেও তেওঁৰ পৰিশ্ৰমিক আৰু বিলাসবহুল জীৱনৰ
    কথা জানিলে আচৰিত হ’ব আপুনি।
    mso-bidi-language:AS">



    mso-hansi-font-family:"Noto Serif Bengali Bold";color:black;mso-bidi-language:
    AS">২০২১ চনত মালাইকাৰ সম্পত্তিৰ পৰিমাণ আছিল ৭৫ কোটি টকা। ২০২২ চনত ইয়াৰ পৰিমাণ
    হয়গৈ ১০০ কোটি। কিন্তু ক’ৰ পৰা তেওঁ ইমানখিনি সম্পত্তিৰ মালিক হ’ল?
    mso-bidi-font-family:Vrinda;color:black;mso-bidi-language:AS">



    mso-hansi-font-family:"Noto Serif Bengali Bold";color:black;mso-bidi-language:
    AS">ইয়াৰ মূলতে আছে টিভিৰ ৰিয়েলিটি শ্ব’ আৰু ফেশ্বন শ্ব’সমূহ। এই শ্ব’সমূহত
    মালাইকাই কল্পনাতীত পৰিশ্ৰমিক লয়। এটা ফেশ্যন শ্ব’ত উপস্থিত থাকিলেই তেওঁ লাভ কৰে
    ২ লাখ টকা। শ্ব’ত যদি অংশগ্ৰহণ কৰে তেন্তে লাভ কৰে ৬ লাখ টকা। আনহাতে টিভিৰ
    ৰিয়েলিটি শ্ব’ত তেওঁ এটা এপিচ’ডত এক লাখ টকা লয়



    সেইবাবেই
    হয়তো কোৱা হয় যে ওপৰৱালা জব দেতা হ্যেঁ দেতা চপ্পৰ ফাৰকে।