Entertainment
Digital Desk: A normal human being can turn into a 'hero' overnight by his or her empathy, compassion for others, and selflessness at any point in time. Such an example was set by an auto driver recently in a city
ডিজিটেল ডেস্কঃ অমিতাভ বচ্ছনৰ
বাসগৃহত দিৱালী উদযাপনৰ ফটো তুলিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ হাতত প্ৰহৃত হ’ল এগৰাকী
পাপাৰাজ্জী। সমস্ত ঘটনাৰ ভিডিঅ’ পাপাৰাজ্জীজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।
উল্লেখ্য যে প্ৰতি বছৰে বিগ
বি অমিতাভে উলহ মালহেৰে দিৱালী উদযাপন কৰি আহিছে। কিন্তু কভিড মহামাৰীৰ বাবে যোৱা
বছৰকেইটা সেমেকা আছিল।
মহামাৰীৰ পাছত পুনৰ স্বাভাৱিক
জীৱনযাত্ৰা আৰম্ভ হৈছে। সেয়ে সোমবাৰে নিজৰ বাসগৃহত আড়ম্বৰপূৰ্ণভাৱে দিৱালী মানে
বচ্ছন পৰিয়ালে।
দিৱালীত অতিথি হিচাপে
উপস্থিতি আছিল গৌৰী খান, কৰণ জোহৰ, অনুপম খেৰকে ধৰি বলিউডৰ বহুতো তাৰকা।
কিন্তু কোনো এজন তাৰকা
অতিথিয়েই অনুষ্ঠানটোৰ ছৱি নুতুলিলে। সকলোৱে গাড়ীৰ পৰা নামিয় চিধাই ভিতৰলৈ গৈছিল।
গাড়ীৰ পৰা নমা অৱস্থাত কেইবাজনো অতিথি পাপাৰাজ্জীৰ কেমেৰাত ধৰা পৰিছিল। তেনে
সময়তে গণ্ডগোলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
"Times New Roman";mso-hansi-font-family:"Times New Roman";color:black;
mso-bidi-language:AS">এজন পাপাৰাজ্জী বচ্ছনৰ বাসগৃহলৈ সোমাই যায়। তাৰপাছতে
নিৰাপত্তাৰক্ষীয়ে গটা মাৰি উলিয়াই দিয়ে তেওঁক। ছৱি তোলা নিষেধ আছিল, কিন্তু
পাপাৰাজ্জীজনে সেয়া অমান্য কৰিছিল।
"Times New Roman";mso-hansi-font-family:"Times New Roman";color:black;
mso-bidi-language:AS">সমগ্ৰ ঘটনাটো পাপাৰাজ্জীজনে কেমেৰাত ৰেকৰ্ড কৰি ৰাখিছিল।
সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে বচ্ছন পত্নী জয়াইও পাপাৰাজ্জীজনক
ৰঙা চকু দেখুৱাইছে।
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;mso-bidi-language:AS">উল্লেখ্য যে ইয়াৰ বাবেও
পাপাৰাজ্জীক ৰঙা চকু দেখুৱাই আহিছে জয়া বচ্ছনে। শেহতীয়াকৈ জয়াই কৈছিল যে তেওঁক
কোনোবাই ফটো তুলিলে তেওঁৰ অতি খং উঠে।
Leave A Comment