Regional
Digital Desk: The Assam government handed over ex-gratia payments of Rs. 10 lakh each to the families of four deceased workers in the Umrangso Coal Mine Tragedy. Minister for Mines and Minerals Kaushik Rai <
ডিজিটেল ডেস্কঃ বুধবাৰে দিল্লীত হোৱা ভূমিকম্পত এক সুকীয়া
অভিজ্ঢ়তা লাভ কৰিলে আদিল হুছেইনে৷ নিজৰ অভিনয় দক্ষতাৰে বলিউডত থিতাপি ল
mso-hansi-font-family:"Nirmala UI";mso-bidi-font-family:"Nirmala UI"">’বলৈ
সক্ষম হোৱা আদিলে সাধাৰণতে দিল্লীত বাস কৰি ভাল পায়৷
বুধবাৰে নেপালত হোৱা ৬.৬ তীব্ৰতাৰ ভূমিকম্পটোৱে দিল্লীবাসীকো
চুই যায়৷ পুৱা বেলা হোৱা ভূমিকম্পটোৰ পৰা বাচিবলৈ আদিলে ঘৰৰ পৰা বাহিৰ হৈছিল৷ কিন্তু
তেতিয়াই তেওঁ আহুকালৰ সন্মুখীন হয়৷
ল
mso-bidi-font-family:"Nirmala UI"">’ৰা-ল
mso-hansi-font-family:"Nirmala UI";mso-bidi-font-family:"Nirmala UI"">’ৰিকৈ
ঘৰৰ পৰা উলোৱাৰ বাবে আদিলে লগত কোনো টকা বা ক্ৰেডিট-ডেবিট কাৰ্ড নিবলৈ পাহৰি গৈছিল৷
আনকি ঘৰৰ ছাবিটোও লগত নিবলৈ পাহৰিছিল৷
ফলত কাহিলী পুৱাতে দীশহাৰা হৈ পৰে আদিল৷ বাসস্থান বন্ধ,
লগত টকা নাই, কোনে সহায় কৰিব ৰাতিপুৱাই! কিন্তু ভাগ্যক্ৰমে এগৰাকী বন্ধুৱে আদিলৰ ফোন
ধৰে আৰু আদিলক তেওঁ নিজৰ ঘৰলৈ মাতি নি আশ্ৰয় দিয়ে৷ ৰাতিটো বনধুজনৰ ঘৰতে শান্তিৰে টোপনি
যায় আদিল৷
পাছত ঘটনাটোৰ বিষয়ে টুইটযোগে আদিলে জনায়৷ বিপদৰ সময়ত বন্ধুজনক
দেৱদূতৰ দৰেই অনুভৱ হৈছিল বুলি তেওঁ জনাইছে৷
উল্লেখ্য যে সম্প্ৰতি বলিউডত ব্যস্ত থকা আদিলে কেইবাখনো
জনপ্ৰিয় ছৱিত অভিনয় কৰি আহিছে৷ শেহতীয়াকৈ তেওঁ জিফাইভৰ ‘মুখবীৰ
mso-hansi-font-family:"Nirmala UI";mso-bidi-font-family:"Nirmala UI"">’
নামৰ এখন ৱেবচিৰিজত অভিনয় কৰিব৷
Leave A Comment