Lifestyle
mso-ascii-font-family:"Times New Roman";mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">ডিজিটেল
ডেস্কঃ ১৯৯৫ চনত মুক্তিলাভ কৰা ‘ৰংগীলা’ চিনেমাখনৰ ‘তনহা তনহা য়াহান পে জীনা’ নামৰ
গানটো মনত আছেনে? মোহময়ী অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে আবেদনময়ী নৃত্যৰে সজোৱা
গানটোৰ কথা নিশ্চয় চলচ্চিত্ৰপ্ৰেমীসকলৰ এতিয়াও মনত আছে। গানটোৱে অশেষ জনপ্ৰিয়তা
লাভ কৰিছিল।
mso-ascii-font-family:"Times New Roman";mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">গানটোত
উৰ্মিলাই বগা ৰঙৰ এটা বিশেষ পোছাক পিন্ধি সাগৰৰ পাৰত নচাৰ দৃশ্যটোক আইকনিক বুলি
কোৱা হয়। দৃশ্যটোৰ সম্পৰ্কত উৰ্মিলাই নিজে মুখ খুলিছে।
mso-ascii-font-family:"Times New Roman";mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">বগা
ৰঙৰ সেই বিশেষ পোছাক আছিল চিনেমাখনৰ নায়ক জেকী শ্ৰুফৰ এটা গেঞ্জীহে! উৰ্মিলাই এই
কথা জানিবলৈ দিছে। তেওঁ কয় যে জেকী শ্ৰুফৰ গেঞ্জী পিন্ধি অভিনয় কৰাটো অত্যন্ত
আমোদজনক আছিল।
mso-ascii-font-family:"Times New Roman";mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">“যেতিয়া
জেকীৰ গেঞ্জী পিন্ধিবলৈ দিয়া হৈছিল, মই প্ৰথমতে ইস্তততঃবোধ কৰিছিলো। কিন্তু পাছত
সকলো ঠিকে-ঠাকে হৈ গৈছিল। গানটোৰ দ্বাৰা মই অশেষ আদৰ লাভ কৰিছিলো।”- উৰ্মিলাই কয়।
mso-ascii-font-family:"Times New Roman";mso-fareast-font-family:"Times New Roman";
mso-hansi-font-family:"Times New Roman";color:#2E2E2E;mso-bidi-language:AS">উল্লেখ্য
যে ‘ৰংগীলা’ চিনেমাখনক বলিউডৰ অন্যতম ক্লাছিক হিচাপে অভিহিত কৰা হয়। ত্ৰিকোণ
প্ৰেমৰ কাহিনীৰ চিনেমাখন পৰিচালনা কৰিছিল ৰামগোপাল বাৰ্মাই। অভিনয় কৰিছিল উৰ্মিলা
মাতণ্ডকাৰ, আমিৰ খান আৰু জেকী শ্ৰফে।
minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
mso-bidi-font-family:"Times New Roman";mso-bidi-theme-font:minor-bidi;
mso-bidi-language:AS">
Leave A Comment