comScore
  • প্ৰৱঞ্চক সুকেশৰ স’তে সাঙোৰ খোৱাৰ পাছতে ভাৰতৰ পৰা পলাব বিচাৰিছিল জেকুলিন!

    মনোৰঞ্জন
    প্ৰৱঞ্চক সুকেশৰ স’তে সাঙোৰ খোৱাৰ পাছতে ভাৰতৰ পৰা পলাব বিচাৰিছিল জেকুলিন!

    mso-fareast-font-family:"Times New Roman";color:#2E2E2E">ডিজিটেল ডেস্কঃ "Times New Roman";color:#2E2E2E"> color:#2E2E2E">ভাৰতৰ পৰা পলাব বিচাৰিছিল জেকুলিন ফাৰ্ণাণ্ডেজে! এই চাঞ্ল্যকৰ
    ভাষ্য আগবঢ়াইছে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে।
    "Times New Roman";color:#2E2E2E">



    mso-fareast-font-family:"Times New Roman";color:#2E2E2E">দিল্লী আদালতত শনিবাৰে
    ইডিয়ে জনায় যে ২০০ কোটি টকাৰ অবৈধ বিত্তীয় লেণদেনৰ গোচৰত প্ৰৱঞ্চক সুকেশ
    চন্দ্ৰশেখৰৰ স’তে সাঙোৰ খোৱাৰ পাছতে জেকুলিনে এই সিদ্ধান্ত লৈছিল।



    mso-fareast-font-family:"Times New Roman";color:#2E2E2E">আদালতে অভিনেত্ৰীগৰাকীৰ
    এখনি নিয়মীয়া জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিছিল। আদালতে জনোৱামতে, ১০ নৱেম্বৰত
    এই সংক্ৰা্ন্তত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।
    color:#2E2E2E">



    mso-fareast-font-family:"Times New Roman";color:#2E2E2E">শুনানিত বলিউডৰ
    অভিনেত্ৰীগৰাকীৰ জামিন আবেদনৰ বিৰুদ্ধাচাৰণ কৰি ইউিয়ে অভিযোগ কৰে যে অনুসন্ধানকালত
    জেকুলিনে তেওঁৰ স’তে থকা সন্দেহজনক তথ্যসমূহ নষ্ট কৰিছিল।
    "Times New Roman";color:#2E2E2E">



    mso-fareast-font-family:"Times New Roman";color:#2E2E2E">তদুপৰি
    অনুসন্ধানকাৰীসকলৰ স’তে জেকুলিনে সহযোগ নকৰাৰো অভিযোগ তোলে ইডিয়ে। কয় যে জেকুলিনে
    ভাৰতৰ পৰা পলাই যাব বিচাৰিছিল।



    mso-fareast-font-family:"Times New Roman";color:#2E2E2E">উল্লেখ্য যে বৰ্তমান
    দিল্লীত কাৰাগাৰত আৱদ্ধ থকা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ অবৈধ
    বিত্তীয় লেনদেনৰ অভিযোগ আছে। অভিযোগ অনুসৰি, সুকেশে অনেক লোকক প্ৰৱঞ্চনা কৰি
    আহিছে।



    mso-fareast-font-family:"Times New Roman";color:#2E2E2E">জেকুলিন ফাৰ্ণাণ্ডেজৰ
    উপৰিও সুকেশৰ স’তে সাঙোৰ খাই পৰিছে আন এগৰাকী অভিনেত্ৰী নৰা ফাটেহীও। অভিযোগ
    অনুসৰি, সুকেশে নৰাক অনেক মূল্যৱান উপহাৰ দিছিল।