Lifestyle
Arial;mso-hansi-font-family:Arial;color:black;mso-bidi-language:AS">ডিজিটেল
ডেস্কঃ ২০১৮ চনৰ লাষ্ট ষ্ট’ৰীজ নামৰ ছৱিখনত কিয়াৰা আদৱানীৰ এটা ‘বিশেষ দৃশ্য’ মনত
আছেনে? কৰণ জোহৰে পৰিচালনা কৰি ছুটি ছৱিখনৰ এটা দৃশ্যত কিয়াৰাই যৌনতাৰ চৰম অনুভূতি
আৰু অভিব্যক্তি প্ৰকাশ কৰিছিল।
AS">
Vrinda;color:black;mso-bidi-language:AS">
Arial;mso-hansi-font-family:Arial;color:black;mso-bidi-language:AS">কিন্তু
কিয়াৰা নহয়, কৃতি সাননেহে উক্ত ছৱিখনত অভিনয় কৰাৰ কথা আছিল। কিন্তু কৃতিৰ মাতৃ
গীতা সাননে ছৱিখনত অভিনয় কৰিবলৈ অভিনেত্ৰীগৰাকীক নিদিলে।
Vrinda;color:black;mso-bidi-language:AS">
Vrinda;color:black;mso-bidi-language:AS">
Arial;mso-hansi-font-family:Arial;color:black;mso-bidi-language:AS">কৃতিয়ে এই
কথা প্ৰকাশ কৰিছে ‘কফি উইথ কৰণ’ত। মুক্তি লাভ কৰিব লগা ছৱি ‘ভেদিয়া’ৰ প্ৰচাৰৰ বাবে
অনুষ্ঠানটোত উপস্থিতি থাকি কৃতিয়ে কয় যে তীব্ৰ যৌন উত্তেজনাৰ অভিব্যক্তিৰ দৃশ্য
থকাৰ বাবেই তেওঁক অভিনয় কৰিবলৈ দিয়া নহ’ল। ফলস্বৰূপে চৰিত্ৰটো কিয়াৰা আদৱানীয়ে
ৰূপায়ন কৰে।
mso-bidi-font-family:Vrinda;color:black;mso-bidi-language:AS">
Vrinda;color:black;mso-bidi-language:AS">
minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
mso-bidi-language:AS">আনহাতে, বিষয়টোৰ ওপৰত কৃতিৰ মাতৃয়ে কয় যে যদি কৰণ জোহৰে
তেওঁৰ মাতৃৰ স’তে কথা পতা হ’লে নিশ্চয় অভিনয় কৰিবলৈ দিলেহেঁতেন। ছৱিখনৰ
চিত্ৰনাট্যৰ স’তে তেওঁৰ পৰিয়ালৰ কোনো সমস্যা নাই।
উল্লেখ্য যে কৃতিৰ
আহিবলগা ছৱিখন হৈছে ‘ভেদীয়া’। কমেডি হৰ’ৰ ছৱিখনত কৃতিৰ স’তে অভিনয় কৰিছে বৰুণ
ধাৱানে। অমৰ কৌশিকে পৰিচালনা কৰা ভেদীয়া ২৫ নৱেম্বৰত মুক্তি লাভ কৰিব।
Leave A Comment