comScore
  • পুনম পাণ্ডেৰ দৰেই একে কাণ্ড কৰিছিল মহেশ ভাটেও! ভুৱা খবৰ বিয়পাইছিল মনীষা কৈৰালাৰ বিষয়ে

    মনোৰঞ্জন
    পুনম পাণ্ডেৰ দৰেই একে কাণ্ড কৰিছিল মহেশ ভাটেও! ভুৱা খবৰ বিয়পাইছিল মনীষা কৈৰালাৰ বিষয়ে
    ডিজিটেল ডেস্কঃ মৃত্যুৰ ভুৱা সংবাদেৰে শেহতীয়াকৈ চৰ্চাত আছিল পুনম পাণ্ডে। কিন্তু মডেলগৰাকী অকলশৰীয়া নহয়, পৰিচালক মহেশ ভাটে ১৯৯৪ চনতেই একে কাণ্ড কৰিছিল। সংবাদ মাধ্যমত বিজ্ঞাপন দি অভিনেত্ৰী মনীষা কইৰালাক ‘মৃত’ বুলি ঘোষণা কৰিছিল পৰিচালকে।

    প্ৰায় ৩০ বছৰ আগৰ ঘটনা। সেই সময়ত মনীষাৰ কেৰিয়াৰৰ উত্থান ঘটিছিল। সেই সময়ত মহেশে মনীষা, নৰ্গজুনা আৰু ৰাম্যৰ সৈতে এখন ক্ৰাইম ছবি নিৰ্মাণ কৰিছিল। ছবিখনৰ নাম ‘ক্ৰিমিনেল’। এই ছবিখনত কুমাৰ শনুৱে গোৱা ‘তুম মিলে’ গীতটো এতিয়াও সমানেই জনপ্ৰিয়। মনীষাক ছবিখনত নৰ্গজুনৰ পত্নীৰ চৰিত্ৰত দেখা গৈছে। অৱশ্যে ছবিখনত তেওঁক পৰ্দাত বহুদিন দেখা পোৱা নাছিল। কাৰণ কাহিনীটোত অভিনেত্ৰীগৰাকীৰ চৰিত্ৰক হত্যা কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰ চোৱাৰ পিছত নৰ্গজুনাৰ চৰিত্ৰক লৈ সন্দেহৰ সৃষ্টি হয়। কিন্তু ছবিখন চোৱা সকলে জানে যে ছবিখনৰ আচল হত্যাকাৰী আছিল গুলশান গ্ৰ’ভাৰ।

    সেই সময়ত ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ অংশ হিচাপেই মহেশে কাকতত বিজ্ঞাপন দি মনীষাক মৃত ঘোষণা কৰিছিল। এই খবৰটোৱে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিলে। শেষত যেতিয়া সত্যটো ওলাই আহিল, তেতিয়া পৰিচালকজনে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হ’ল। আলিয়া ভাটৰ পিতৃৰ নামতো এই এফআইআৰ দাখিল কৰা হয়।
    indojawa88slot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet