comScore
  • কি ছানী দেউল কি হৈ গ’ল, নিশা ৰাজপথত মদ খাই একো ক’ব নোৱাৰা হ’ল! কিন্তু কিয় এনে হ’ল? খবৰৰ সৈতে সম্পূৰ্ণ ভিডিঅ’

    মনোৰঞ্জন
    কি ছানী দেউল কি হৈ গ’ল, নিশা ৰাজপথত মদ খাই একো ক’ব নোৱাৰা হ’ল! কিন্তু কিয় এনে হ’ল? খবৰৰ সৈতে সম্পূৰ্ণ ভিডিঅ’
    ডিজিটেল ডেস্কঃ নিশাৰ ৰাজপথত মাতাল ছানী দেউলৰ থৰক-বৰক খোজ। সাংবাদিকে বেৰি ধৰিছে মাতাল ছানী দেউলক। মুহূৰ্তৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল অভিনেতা ছানী দেউলৰ মাতাল নিশাৰ ভিডিঅ’।   ব্লকবাষ্টাৰ ছবি 'গদাৰ'ত  আশ্চৰ্যকৰ অভিনয় কৰি মানুহক বিমোহিত কৰা ছানীৰ এনে অৱস্থা দেখি বহুতেই ব্যথিত হৈ পৰিল। 

    বহুতে কৰিলে ইছ ইছ... ।বলীউডৰ অভিনেতা ছানী দেউলে মুম্বাইৰ জুহু চাৰ্কলত সুৰাপান কৰি ছলং-লপলংকৈ  খোজ কাঢ়ি থকাৰ দৃশ্যই বহুতৰে মনত দুখো দিলে। ছ'চিয়েল মিডিয়াত ইয়াৰ পিছতে অভিনেতাগৰাকী  ব্যাপক  ট্ৰ'লৰ সন্মুখীন হৈছে।

     
     অৱশ্যে, ড০ গৌৰৱ কুমাৰৰ এটা টুইটে সকলো কথা স্পষ্ট কৰি দিছে।   তেওঁ মাজনিশা একেটা ভিডিঅ' পোষ্ট কৰিছিল,শিৰোনাম দিছিল  "তেওঁ ছানি দেওল নেকি?"  


    পিছত তেওঁ ছবি এখনৰ দৃশ্যগ্ৰহণৰ এখন ফটোও পোষ্ট কৰিছিল আৰু লিখিছিল, "ছানি দেওলে তেওঁৰ পৰৱৰ্তী ছবি ছফৰৰ শ্বুটিং কৰিছে।" শ্বুটিঙৰ বাবেই ছানীয়ে এজন মাতাল লোকৰ চৰিত্ৰত অভিনয় কৰিছে।  ৰাস্তাত ভিৰ দেখা যায় আৰু ছানীয়ে সেই ভিৰৰ  মাজৰেই ছলং পলংকৈ খোজকাঢ়ি যোৱা পৰিলক্ষিত হয়। 

    পিছত, ছানি দেউলে এই কথা  নিশ্চিত কৰে যে এয়া তেওঁৰ  আহিবলগীয়া ছবি 'ছফৰ'ৰ দৃশ্যগ্ৰহণৰহে এটা অংশ আছিল।  তেওঁ  সুৰাপান কৰা ভিডিঅ' সম্পৰ্কীয় কথাবোৰ সম্পূৰ্ণ ভিত্তিহীন।  

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online