comScore
  • তেলেংগনা চৰকাৰে নিষিদ্ধ কৰিলে কংগনা ৰাণাৱটৰ ইমাৰজেন্সী ; ১৮ জনীয়া প্ৰতিনিধি দলৰ দাবী

    মনোৰঞ্জন
    তেলেংগনা চৰকাৰে নিষিদ্ধ কৰিলে কংগনা ৰাণাৱটৰ ইমাৰজেন্সী ; ১৮ জনীয়া প্ৰতিনিধি দলৰ দাবী
    ডিজিটেল ডেস্ক: ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া তেজদীপ কৌৰ মেননৰ নেতৃত্বত তেলেংগানা শিখ ছ’চাইটিৰ এটা প্ৰতিনিধি দলে সচিবালয়ত উপদেষ্টা মহম্মদ আলী শ্বাব্বিৰক সাক্ষাৎ কৰি “ইমাৰ্জেন্সি” ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে অনুৰোধ জনায়।

    চৰকাৰী উপদেষ্টা মহম্মদ আলী শ্বব্বিৰে কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভান্ত ৰেড্ডীয়ে শিখ সম্প্ৰদায়ৰ নেতাসকলক আশ্বাস দিলে যে ৰাজ্য চৰকাৰে কংগনা ৰানাৱতৰ আগন্তুক ছবি “ইমাৰ্জেন্সি” মুক্তিৰ ক্ষেত্ৰত আইনী পৰামৰ্শৰ অপেক্ষাত নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰিব।

    বৃহস্পতিবাৰে এক বিবৃতিত শ্বাব্বিৰে কয় যে ‘ছবিখনত শিখ সম্প্ৰদায়ৰ চিত্ৰণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ১৮ জনীয়া প্ৰতিনিধি দলটোৱে এই উপস্থাপন আগবঢ়ায়।’

    তেওঁ উল্লেখ কৰে যে প্ৰতিনিধি দলটোৰ অভিযোগ- ছবিখনত শিখসকলক সন্ত্ৰাসবাদী আৰু ৰাষ্ট্ৰবিৰোধী হিচাপে চিত্ৰিত কৰা হৈছে, যিটো আপত্তিজনক আৰু সম্প্ৰদায়টোৰ প্ৰতিচ্ছবি কলংকিত কৰা হৈছে ৷

    তেলেংগানাত ছবিখন নিষিদ্ধ কৰাৰ কথা চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় শ্বাব্বিৰে। ৰেড্ডীক সাক্ষাৎ কৰি শ্বাব্বিৰে কয় যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত আইনী পৰামৰ্শ লোৱাৰ পিছতহে সিদ্ধান্ত ল’ব।

    scatter hitamslot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet