• প্ৰথমখন ড্ৰʼন-বাহক যুদ্ধ জাহাজ মুকলি কৰিলে ইৰানে

    আন্তঃৰাষ্ট্ৰীয়
    প্ৰথমখন ড্ৰʼন-বাহক যুদ্ধ জাহাজ মুকলি কৰিলে ইৰানে
    ডিজিটেল ডেস্কঃ ইৰানে ইয়াৰ প্ৰথমখন ড্র'ন-বাহক যুদ্ধ জাহাজ বৃহস্পতিবাৰে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। 

    দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, এই যুদ্ধ জাহাজখনে দেশখনৰ পৰা সুদূৰ মহাসাগৰসমূহলৈ ড্র'ন কঢিয়াই নিয়াত সমর্থৱান হ'ব। এই যুদ্ধ জাহাজখন দেশখনৰ নৌ বাহিনীয়ে ব্যৱহাৰ কৰিব। 'শ্বাহিদ বাঘেৰী' নামৰ যুদ্ধ জাহাজখনে বিভিন্ন ড্ৰ'নৰ লগতে হেলিকপ্টাৰ, ক্রুজ মিছাইলো নিক্ষেপ কৰিব পৰা যাব বুলি সংবাদ মাধ্যম আই আৰ এন এই সদৰী কৰে। 

    এই যুদ্ধ জাহাজখনত ১৮০ মিটাৰ দৈৰ্ঘ্যৰ এটা 'ৰানৱে' ড্ৰ'নবোৰৰ বাবে থাকিব আৰু বন্দৰসমূহত পুনৰ ইন্ধন নোলোৱালৈকে ২২,০০০ সামুদ্রিক মাইল দূৰত্ব ভ্ৰমণ কৰিব পাৰিব।

    উৎসঃ- দৈনিক জনমভূমি
    indojawa88slot thailandsabung ayam onlinesv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casino