• বাংলাদেশত পুনৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

    আন্তঃৰাষ্ট্ৰীয়
    বাংলাদেশত পুনৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
    ডিজিটেল ডেস্কঃ বাংলাদেশত ছাত্র সমাজ পুনৰ ৰাজপথলৈ ওলাই আহিছে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ প্রায় ছমাহৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বৰ দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামে ছাত্র-ছাত্রীসকল

     একে সময়তে আইন-শৃংখলা ব্যৱস্থা সামৰিক বাহিনীৰ নিয়ন্ত্ৰণলৈ নিয়া বুলি সেনা প্রধানে ঘোষণা কৰিছে। 

    উল্লেখযোগ্য যে দেশখনত মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন হিংসা অব্যাহত থকাত ছাত্র-ছাত্রীসকল ক্ষুব্ধ হৈ পৰে। ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তী চৰকাৰ এই অপৰাধসমূহ প্ৰতিৰোধ কৰাত ব্যর্থ হোৱাৰ অভিযোগ কৰি ঢাকাত বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে বিক্ষোভ প্রদর্শন কৰে। 

    ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়, ইডন কলেজ, গভর্নমেন্ট টিটুমিৰ কলেজ, ইউনিভাৰ্ছিটি অব লিবাৰেল আৰ্টছ বাংলাদেশ আৰু বি আৰ এ চি বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ বৃহৎসংখ্যক ছাত্র-ছাত্রীয়ে এই বিক্ষোভ প্রদর্শনত অংশ গ্রহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে কৰা অভিযোগ মতে, দেশখনত অপৰাধ প্ৰতিৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে। তেওঁলোকে দেশখনৰ গৃহ বিভাগৰ উপদেষ্টাজনৰ পদত্যাগ দাবী কৰে।

    উৎসঃ দৈনিক জনমভূমি

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.com