• পৃথিৱীৰ শ্ৰেষ্ঠ সুন্দৰ পুৰুষকেইজন কোন কোন? জানো আহক

    আন্তঃৰাষ্ট্ৰীয়
    পৃথিৱীৰ শ্ৰেষ্ঠ সুন্দৰ পুৰুষকেইজন কোন কোন? জানো আহক

    ডিজিটেল ডেস্ক : পৃথিৱীৰ শ্ৰেষ্ঠ
    সুদৰ্শন পুৰুষ কোন বুলি ক’লেই মনলৈ আহে হলিউডৰ জনপ্ৰিয় অভিনেতা ৰবাৰ্ট পেটিনছনৰ কথা।
    অৱশ্যে দুবছৰ ধৰি তেওঁ এই খিতাপ দখল কৰি আছে যদিও এইবাৰ তেওঁ প্ৰথম নহয়। কিম তাহিয়ুং
    তেওঁৰ পাছতে আটাইতকৈ সুদৰ্শন পুৰুষ হিচাপে পৰিগণিত হৈছে।



     কিম তাহিয়ুং অৰ্থাৎ যাক সকলোৱে
    বি টি এছ এৰ ‘ভি
    বুলি চিনি পায়। অৱশ্যে হলিউডক এৰি থৈ যোৱা কেৱল তেওঁ নহয়।
    এৰি থৈ গ
    ল সকলো
    অধিক বিখ্যাত তৰা-ষ্টেড মানুহ। বিশ্বৰ আটাইতকৈ সুদৰ্শন পুৰুষৰ তালিকাত দ্বিতীয় স্থানত
    আছে আমেৰিকান অভিনেতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ পল ৰুড। তৃতীয় স্থানত ৰবাৰ্ট পেটিনছন
    আৰু চতুৰ্থ স্থানত আছে বলীউডৰ অভিনেতা ঋতিক ৰোচন।



     এই তালিকাত প্রাক্তন ফুটবলাৰ ডেভিদ বেকহামও শীৰ্ষ পাঁচটাৰ
    ভিতৰত আছে। একে সময়তে আমেৰিকাৰ অভিনেতা টম ক্ৰুজকো বিশ্বৰ অন্যতম সুদৰ্শন পুৰুষ হিচাপে
    উল্লেখ কৰা হৈছে।