• কি আছে আজি আপোনাৰ ভাগ্যত...চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    কি আছে আজি আপোনাৰ ভাগ্যত...চাওঁ আহক ৰাশিফল
    ০৯/০২/২০২২, বুধবাৰ

    মেষ-আজিৰ দিনটোত কৰ্মত শুভ হ'ব। খেতিয়ক সকলৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

    বৃষ-বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। দেহ-মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

    মিথুন-প্ৰেমত শুভ হ'ব। আজি আপুনি সজাগ নহ'লে ক্ষতি হোৱাৰ যোগ দেখা যায়।

    কৰ্কট-আজিৰ দিনটোত কৰ্মত সফল হ'ব। আজি আপুনি সজাগ নহ'লে সামান্য কষ্ট পাব পাৰে। সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    সিংহ-প্ৰেমত শুভ হ'ব। কৰ্মত শুভ হ'ব। লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

    কন্যা-আজিৰ দিনটোত শুভ সংবাদ লাভ হ'ব। শিল্পী সকলৰ শুভ হ'ব। কৰ্মতক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

    তুলা-আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমত শুভ হ'ব। ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়‌।

    বৃশ্চিক-আজিৰ দিনটোত কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব। কৰ্মত উন্নতি হ'ব। কৰ্মত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

    ধনু-আৰ্থিক দিশত শুভ হ'ব। কৰ্মত সফল হ'ব। আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    মকৰ-মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হ'ব। আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    কুম্ভ-কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হ'ব। কৰ্ম প্ৰচেষ্টাত সফল হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    মীন-মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব। বিবাহ প্ৰাৰ্থীসকলৰ শুভ হ'ব। মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে।