• কৰ্কটৰ আয় বৃদ্ধি,তুলাই পাব প্ৰশংসা; ৰাশিফলত চাওঁক আপোনাৰ ভাগ্য

    জীৱন শৈলী
    কৰ্কটৰ আয় বৃদ্ধি,তুলাই পাব প্ৰশংসা; ৰাশিফলত চাওঁক আপোনাৰ ভাগ্য
    ১০ ফেব্ৰুৱাৰী,২০২২, বৃহস্পতিবাৰ

    মেষ-আ্জি আপুনি ভিন্ন কামত ভীষণ ব্যস্ত থাকিব। পৰিয়ালক গুৰুত্ব প্ৰদান কৰক। প্ৰেমত মৰম বৃদ্ধি। ভ্ৰমণত শুভ।

    বৃষ-দিনটো খেলিমেলিৰ মাজেৰে পাৰ হ'ব। প্ৰেমত সন্দেহ আহিব। শৰীৰত ধ্যান দিয়ক। আলহী আহিব।

    মিথুন-দুঃচিন্তা হʼব পাৰে৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক৷ সন্ধিয়াৰ পৰা মন ফৰকাল হʼব।

    কৰ্কট-আয় বৃদ্ধি। ব্যৱসায়ত সফল হʼব৷ প্ৰেমত শুভ৷ শিক্ষাৰ্থীৰ পঢ়াত মন নবহিব।

    সিংহ-কথা চালি-জাৰিহে কʼব। জীৱনক লৈ চিন্তা হ’ব পাৰে৷ পৰিয়ালৰ লগত সম্পর্ক মধুৰ৷ প্ৰেমক অৱহেলা নকৰিব।

    কন্যা-আঘাত পাব পাৰে। আজি ভ্ৰমণ নকৰাই ভাল। সুষম খাদ্য খাওক। প্ৰেমত মধুৰতা থাকিব।

    তুলা-দিনটো শুভ৷ জীৱনলৈ নতুনত্ব আহিব৷ প্ৰশংসা পাব৷ কণ্ঠশিল্পী-সাহিত্যিকৰ শুভ।আয় বৃদ্ধি

    বৃশ্চিক-ব্যৱসায়ত ব্যস্ত হʼব পাৰে৷ কর্মব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব৷ ধৈৰ্য্যশীলসকল লাভৱান হ’ব৷

    ধনু-মানুহৰ পৰা সমাদৰ পাব। কর্মত মনোযোগ দিয়ক৷ প্ৰায় সফল হʼব। ভ্ৰমণত শুভ।

    মকৰ-দিনটোৰ আৰম্ভণি ভাল হ’ব৷ নিজৰ কর্মত মনোযোগ দিয়ক৷ সফল হʼব৷ মাতৃস্থান শুভ।

    কুম্ভ ৰাশি: কাজিয়া নকৰিব। খং নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ পক্ষে মংগল। অচিনাকিজনৰ লগত বেছি হলিগলি নকৰিব।

    মীনঃ আপোনাৰ কথাই কাৰোবাক আঘাত দিব পাৰে। প্ৰেমত সাফল্য। শিক্ষাৰ্থীৰ শুভ। খৰচ বৃদ্ধি।