ৰাষ্ট্ৰীয়
২৩কাতি, বুধবাৰ, ইং ১০ নৱেম্বৰ, ২০২১
মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য কৰ্মক্ষেত্ৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাবোৰ সমাধন হব, শত্ৰু নাশ হব, আজি প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ যোগ।
মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, ধন সন্মান লাভ।
কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, প্ৰেমত শুভ হব, লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, সজাগ নহলে আপোন মানুহৰ লগত মনোমালিন্য হব পাৰে। লগতে আজি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব।
কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম প্ৰেৰণা লাভ কৰিব যদিও আজি সজাগ নহলে মনোমালিন্য বা শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, কৰ্মব্যস্ততা বাঢ়িব, সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি দেখা যায়।
বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে, যদিও আজি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে । প্ৰেমত সামান্য জতিলতা বৃদ্ধি।
ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব,কৰ্মত সন্মান লাভ হব, মনত আনন্দ বৃদ্ধি।
মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, মনত উৎসাহ বাঢ়িব।
কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মানসিক চিন্তা বাঢ়িব পাৰে, কৰ্মক্ষেত্ৰ সামান্য পৰিৱৰ্তন আহিব পাৰে। যান বাহনৰ পৰা সাৱধান হোৱাটো ভাল।
মীন ৰাশি - মীন ৰাশিৰ জাতক -জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, শত্ৰু হানি হোৱাৰ যোগ দেখা যায়।
Leave A Comment