২১ জানুৱাৰী, ২০২২, শুকুৰবাৰ
মেষ:আজিৰ দিনটো আপোনাৰ ভালে যাব। পৰিয়ালত কিছু সমস্যা থাকিলেও সমাধান হ’ব। আপোনাৰ ব্যৱসায়ৰ প্ৰয়োজনীয় কামবোৰৰ প্ৰতি মনোযোগ দিব। সম্পৰ্ক মধুৰ হব।
বৃষ:পৰিয়ালত অশান্তি হ’ব পাৰে। কাজিয়া নকৰিব।খৰচ বাঢ়িব পাৰে। চাকৰিয়ালসকলৰ দিনটো ভালে যাব। আজি আপোনাৰ পত্নীৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিলে ভাল ফল পাব।
মিথুন:দিনটো ভালদৰে পাৰ হ’ব।আপোনাৰ বিত্তীয় স্থিতি শক্তিশালী হ’ব। চিন্তা হ্ৰাস পাব।
কৰ্কট:শৰীৰৰ যত্ন লওক।আৰ্থিক লেনদেন ভাবি চিন্তি কৰক।কৰ্মক্ষেত্ৰত শুভ।
সিংহ:আজি আপোনাৰ শৰীৰ ভালে নাযাব।আৰ্থিক দিশত ভাল।সামাজিক দিশতো ভাল। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে।
কন্যা:আজিৰ দিনটো প্ৰেমত শুভ হ’ব। চাকৰিৰ ক্ষেত্ৰত ভাল। ব্যৱসায়ত শুভ।
তুলা:আজিৰ দিনটোত আপুনি সুখী থাকিব।টকা-পইচাৰ চিন্তা দূৰ হ’ব। কোনো কথাত মন বিচলিত হব পাৰে।
বৃশ্চিক:পাৰিবাৰিক সমস্যা দূৰ হ’ব। সাহিত্যিকসকলৰ শুভ। পৰিয়ালৰ লগত কোনো কথাত মতানৈক্য হ’ব পাৰে।
ধনু: ভ্ৰমণৰ সুযোগ। আৰ্থিক লেন দেন কৰাৰ সময়ত চিন্তা কৰক। কোনো মূল্যৱান বস্তু হেৰাব পাৰে,সাৱধান হওক।
মকৰ:সকলোৰে লগত সম্পৰ্ক ভালে থাকিব। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বিবাহযোগ্যসকলৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা।
কুম্ভ: আজি আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে সচেতন হ’ব লাগিব। যাত্ৰাত শুভ। দিনটো সন্তোষজনক হ’ব।পাৰিবাৰিক দিশটো শুভ।
মীন: মানসিক অশান্তি বৃদ্ধি। পুৰণি বন্ধু লগ পাব পাৰে। আজি আপোনাৰ কিছুমান শত্ৰুৱে আপোনাক হাৰাশাস্তি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব পাৰে,সাৱধান হ’ব।
Leave A Comment