• ৰাশিফলেৰে আৰম্ভ কৰক দিনটো : সাৱধান নহ'লে হ'ব পাৰে বিপদ এইসমূহ ৰাশিৰ

    জীৱন শৈলী
    ৰাশিফলেৰে আৰম্ভ কৰক দিনটো : সাৱধান নহ'লে হ'ব পাৰে বিপদ এইসমূহ ৰাশিৰ

    ১৮ কাতি, বৃহস্পতিবাৰ, ইং ৫ নবেম্বৰ





    মেষ ৰাশি : মেষ ৰাশিৰ জাতক–জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটোত প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ দিনটো আনন্দময় হʼব ৷





    বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷





    মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷





    কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো কিছু খেলিমেলি সৃষ্টি হʼব পাৰে ৷ এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷





    সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটোত পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ আয় বৃদ্ধি ৷





    কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ নতুন কৰ্ম আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ প্ৰেমত শুভ ৷





    তুলা ৰাশি : তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷





    বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷





    ধনু ৰাশি : ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷





    মকৰ ৰাশি : মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷





    কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থাকক ৷ লক্ষ্যত সফল ৷





    মীন ৰাশি :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷