২২ ফেব্ৰুৱাৰী,২০২২, মঙলবাৰ
মেষ ৰাশি: পঢ়া-শুনাত ধ্যান দিয়ক৷ ব্যৱসায়ত ক্ষতি। কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে।
বৃষ ৰাশি: কামৰ হেঁচা বাঢ়িব। সংগীৰ লগত মনোমালিন্য। আয় বৃদ্ধি৷ শিক্ষাৰ্থীৰ মধ্যম৷
মিথুন ৰাশি: বিবাহ উপযোগীসকললৈ ভাল খবৰ আহিব পাৰে। পৰিয়ালত শান্তি। স্বাস্থ্যত মধ্যম। ভ্ৰমণত শুভ।
কৰ্কট ৰাশি: খৰচৰ মাত্ৰা বাঢ়িব৷ সিদ্ধান্ত লওঁতে লৰালৰি নকৰিব। কামত ধৈৰ্যৰ প্ৰয়োজন৷ প্ৰেমত কাজিয়া।
সিংহ ৰাশি: ব্যৱসায়ত উন্নতি৷ কৰ্মব্যস্ততাই আমনি কৰিব৷ প্ৰেমত মৰম হ্ৰাস। মন ভাল লগা কাম কৰাৰ সুযোগ।
কন্যা ৰাশি: অহেতুক চিন্তাই দিনটো আমনি কৰিব৷ প্ৰেমত সন্দেহ বৃদ্ধি৷ বন্ধুৱে কোনো কামত সহায় কৰিব।
তুলা ৰাশি: প্ৰেমৰ সম্পর্ক মধুৰ হʼব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে।পৰিয়ালত শুভ৷ শিক্ষাৰ্থীৰ অশুভ।
বৃশ্চিক ৰাশি: স্বাস্থ্যত গুৰুত্ব দিয়ক৷ বহুদিনীয়া পৰিকল্পনা সফল হʼব। ঘৰলৈ আলহী আহিব। খৰচ বাঢ়িব।
ধনু ৰাশি: কামত এলাহ বৃদ্ধি৷ নিজ লক্ষ্যত উপনীত হʼবলৈ কষ্ট কৰক৷ মানসিক অশান্তি৷ পৰিয়ালত সুখ বৃদ্ধি।
মকৰ ৰাশি: খং বৃদ্ধি৷ প্ৰেমত মধ্যম৷ বাহিৰা বস্তু নাখাব। কোনো লোকৰ আকৰ্ষণ বাঢ়িব।
কুম্ভ ৰাশি: ব্যৱসায়ক লৈ চিন্তা৷ ধৈৰ্য ধৰিলে সুফল পাব। পৰিয়ালৰ লগত সম্পর্ক মধুৰ৷ কাৰোবাৰ পৰা প্ৰশংসা শুনিব৷
মীন ৰাশি: দিনটো ভালেৰে যাব। প্ৰেমত শুভ৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত। নতুন বাহন ক্ৰয় কৰাৰ মন বান্ধিব।
Leave A Comment