০১/০৯/২৪, দেওবাৰ
মেষঃ সুনাম লাভ কৰিব। সততাৰে আনৰ মন জয় কৰিব পাৰিব৷ শুভ ৰং আকাশী নীলা। অনিদ্রা, মাংসপেশীৰ বিষ হ'ব পাৰে। শুভ সংখ্যা দুই।
বৃষঃ সৎ লোকৰ সান্নিধ্য পাব। আনৰ অহিত চিন্তা নকৰিব। অনিদ্রা, মাংসপেশীৰ বিষ হ'ব পাৰে৷ যান-বাহন লাভ। তীর্থ ভ্রমণ। শুভ সংখ্যা ছয়।
মিথুন: স্বভাৱ সলনি কৰক।খং কমাওক। উদ্যমী, শৃংখলাপৰায়ণ দিশ প্রকাশ পাব। জ্যেষ্ঠ ভাতৃক লৈ সমস্যা হ'ব পাবে। শুভ সংখ্যা আঠ।
কর্কট: প্রশাসনিক দক্ষতা, বুদ্ধিৰ বিকাশ ঘটিব। হোটেল ব্যৱসায়ত লাভবান হ'ব। হীৰা ধাৰণ কৰক। খৰচ। শুভ সংখ্যা দুই।আনৰ প্রতি উদাৰ হওক।
সিংহ: বুদ্ধিৰ বিকাশ ঘটিব৷ প্রসাধন, খাদ্য-সামগ্রী ব্যৱসায়ত উন্নতি। চঞ্চলতা কমিব৷ শুভ সংখ্যা আঠ।
কন্যা: যান-বাহনত সাবধান। কর্মোন্নতি। খাদ্য নিগম, বয়ন শিল্প, গৃহ মন্ত্রণালয়ত ব্যস্তসকলৰ সুনাম বৃদ্ধি। অনিদ্রাত ভুগিব পাবে। খৰচ৷
তুলা: মান-যশস্যা বৃদ্ধি পাব। মাদক দ্রব্য, প্রসাধন সামগ্রী, বস্ত্র ব্যৱসায়ত উন্নতি। শৃংখলাপৰায়ণতা দিশ প্রকাশ পাব। শুভ ৰং আকাশী নীলা।
বৃশ্চিক: ধৈর্য আৰু সাহসেৰে কর্ম সম্পাদন কৰিব পাৰিব। মনোবলে সার্থকতা আনিব। প্রকৃতিপ্রেমী, শিল্পী, সাহিত্যিকে সুনাম লাভ কৰিব। শত্রু কমিব। শুভ সংখ্যা চাৰি।
ধনু: সাহসৰ বলত প্রতিষ্ঠা লাভৰ সুযোগ। আনৰ সম্পত্তি দেখি লোভ নকৰিব। শুভ ৰং গোলাপী। সোণ ধাৰণ কৰক। পদোন্নতি। জুইৰপৰা ক্ষতি।
মকৰ: আনৰ কৰ্মত হস্তক্ষেপ নকৰিব। সহনশীল হোৱা অতি প্রয়োজন হ'ব। শুভ ৰং আকাশী নীলা। তীর্থ ভ্রমণ। শুভ সংখ্যা দুই।
কুম্ভ: মনোৰঞ্জন কমাওক। পৰিয়ালত সদস্য বৃদ্ধি পাব। শুভ ৰং মুগা। কঁকাল, পিঠিত বিষ হ'ব পাৰে। শুভ সংখ্যা আঠ।
মীন: প্রতিষ্ঠা লাভৰ যোগ। চঞ্চলতা কমিব। খৰচ। শুভ সংখ্যা এক৷ সততাৰে আনৰ মন জয় কৰিব পাৰিব।
Leave A Comment