• ঘৰ কিনাৰ ইচ্ছা পূৰণ হোৱা নাই? এই ৫টা সহজ উপায়েৰে আপোনাৰ সপোন বাস্তৱায়িত হ’ব, জানি লওঁক

    জীৱন শৈলী
    ঘৰ কিনাৰ ইচ্ছা পূৰণ হোৱা নাই? এই ৫টা সহজ উপায়েৰে আপোনাৰ সপোন বাস্তৱায়িত হ’ব, জানি লওঁক

    ডিজিটেল ডেস্ক : নিজাকৈ এটা ঘৰ
    থকাটো প্ৰতিজন ব্যক্তিৰ সপোন, য’ত তেওঁ পৰিয়ালৰ সৈতে সুখ-শান্তিৰে থাকিব পাৰে। সপোনৰ
    ঘৰ কিনাটো কাৰো বাবে সহজ নহয়। বহু সময়ত লাখ লাখ চেষ্টা কৰিও এজন ব্যক্তিয়ে এই সপোন
    পূৰণ কৰিবলৈ সক্ষম নহয়। ৰাশিত থকা গ্ৰহৰ দোষবোৰো ইয়াৰ আঁৰৰ কাৰণ হৈ পৰে। যদি আপুনিও
    আপোনাৰ সপোনৰ ঘৰ কিনাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে জ্যোতিষত উল্লেখ
    কৰা এই উপায়বোৰ কৰি চাব পাৰে।



     ঘৰ কিনাৰ আগতে এই সহজ পদক্ষেপসমূহ
    গ্ৰহণ কৰক-



    ১. গণেশক নিয়মীয়াকৈ পূজা কৰিলে
    মানুহৰ ঘৰ কিনাৰ সপোন সোনকালে পূৰণ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষৰ মতে নিয়মিতভাৱে
    গণপতিক পূজাত ৰঙা ৰঙৰ ফুল আগবঢ়াব লাগে। লগতে নিজৰ সপোন পূৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থনা
    কৰিব লাগে।



    ২. পাঁচটা মঙলবাৰে ভগৱান শ্ৰীগণেশৰ
    মন্দিৰলৈ গৈ তেওঁক গুড় আৰু ঘেঁহু আগবঢ়ালে শুভ ফল পোৱা যাব। লগতে ঘৰ কিনাৰ ক্ষেত্ৰত
    থকা বাধাসমূহ দূৰ হয়।



    ৩. লাখ লাখ চেষ্টা কৰিও যদি ঘৰ
    কিনাৰ সপোন পূৰণ কৰিব পৰা নাই তেন্তে নিম কাঠৰ সৰু ঘৰ এটা সাজি এটা দুখীয়া শিশুক দান
    দিয়ক বা আনকি মন্দিৰত ৰাখিলে আপোনাৰ সপোন সোনকালে বাস্তৱায়িত হ’ব।



    ৪. জ্যোতিষৰ মতে ঘৰ কিনাত অহা বাধাবোৰ
    দূৰ কৰিবলৈ লাল কিতাবত এই প্ৰতিকাৰৰ কথা কোৱা হৈছে। ৰঙা ৰঙৰ কাপোৰত ৬ পিঞ্চ কুমকুম,
    ৬টা লং, ৯টা ফোঁট, ৬টা কোৰীয়া আৰু ৯ মুঠি মাটি লৈ এটা পুতলা বনাওক আৰু নদীত প্ৰবাহিত
    কৰি দিলে উপকাৰী পাব।



    Calibri;mso-fareast-theme-font:minor-latin;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA">৭. বহু সময়ত ব্যক্তিজনৰ ৰাশিত থকা গ্ৰহৰ দোষবোৰেও
    আপোনাৰ এই সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। ইয়াৰ বাবে আপুনি এজন জ্যোতিষীক ​​দেখুৱাই
    প্ৰতিকাৰ কৰিলে সফলতা লাভ কৰিব।