• কেতিয়াও নকৰিব এই ৫টা কাম, ৰুষ্ট হৈ পৰে মালক্ষ্মী, জীৱনভৰৰ কাৰণে হৈ পৰিব দুখীয়া!

    জীৱন শৈলী
    কেতিয়াও নকৰিব এই ৫টা কাম, ৰুষ্ট হৈ পৰে মালক্ষ্মী, জীৱনভৰৰ কাৰণে হৈ পৰিব দুখীয়া!

    ডিজিটেল ডেস্ক : আচাৰ্য্য চাণক্যৰ
    নীতিসমূহ আজিও সম্পূৰ্ণ প্ৰাসংগিক আৰু সেইবোৰ মানি চলি বহু ডাঙৰ ডাঙৰ ক্ষতিৰ পৰা হাত
    সাৰিব পাৰি। আজি আমি এনে কিছুমান চাণক্য নীতিৰ কথা কওঁ যিটো লক্ষ্মী মাৰ লগত প্ৰত্যক্ষভাৱে
    জড়িত। যদি এই নীতিসমূহ মানি নচলে, তেন্তে জীৱনভৰৰ বাবে হৈ পৰিব দুখীয়া।



     এই ৫টা নীতি সদায় পৰিহাৰ কৰক-



    * চাণক্য নীতিয়ে কয় যে কেতিয়াও
    খাদ্য অপচয় নকৰিব, ইয়াৰ ফলত মাতৃ অন্নপূৰ্ণাৰ খং উঠে আৰু খাদ্য অপচয় কৰিলে মানুহ
    অতি সোনকালেই দুখীয়া হৈ পৰে।



    * আনৰ টকা কেতিয়াও প্ৰৱঞ্চনাৰে
    হৰলুকি নকৰিব। অনৈতিকভাৱে উপাৰ্জন কৰা ধনে মালক্ষ্মীক ক্ষুব্ধ কৰি তুলিব।



    * উপাৰ্জনৰ এটা অংশ সদায় আৰ্তজনক
    দান কৰক।



    * মিলাপ্ৰীতি নথকা ঘৰত মালক্ষ্মী
    কেতিয়াও বাস নকৰে। যদি ধনী হ’ব বিচাৰে তেন্তে ঘৰত শান্তি-সম্প্ৰীতি বজাই ৰাখক।



    * কেতিয়াও এলেহুৱা নহ’ব। লেতেৰা
    আৰু এলেহুৱা মানুহ মালক্ষ্মীৰ সহায় অপ্ৰিয়।