কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক ৰাশিফল
১৩.০৮.২০২২ - শনিবাৰ
মেষ ৰাশি:সামাজিক ক্ষেত্ৰখনত গুৰুত্ব বাঢ়িব। চাকৰি বিচৰাসকলে নতুন চাকৰি পাব। অধীনস্থ কৰ্মচাৰীৰ বাবে যিকোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে।এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে, কর্মক্ষেত্ৰত প্ৰভাৱ পৰিব ৷ কাৰ্মত মনোযোগ দিব। খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷
বৃষ ৰাশি: ব্যৱসায়ত উন্নতি হʼব ৷ সফলতাৰ চাবিকাঠি লাভ কৰিবলৈ সক্ষম হ'ব ৷পৰিশ্ৰম কৰিলেহে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত সফল হʼব ৷ সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব ৷
মিথুন ৰাশি: পূৰ্ব পুৰুষৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটে আনন্দৰে পাৰ হ’ব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷ ভ্ৰমণত শুভ ৷
কৰ্কট ৰাশি: কোনো আইনী কামত জড়িত নহ'ব। দুৰ্ঘটনাৰ পৰা সাৱধান হওক। শৰীৰটো ভালদৰে ৰাখক। আপোনাৰ কোনো কথাই আনক মানসিক আঘাত দিব পাৰে ৷ প্ৰেমত শুভ ৷ বিয়াৰ সংযোগত সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷
সিংহ ৰাশি: কর্মক্ষেত্ৰত শান্ত হৈ থাকিব।স্বাস্থ্য ভালে যাব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত সম্পর্ক ভাল হʼব ৷ সন্তানৰ সাফল্যই সুখ দিব ৷ লক্ষ্যত সফল হʼব ৷
কন্যা ৰাশি: অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ সফলতা লাভ কৰিব ৷ সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হʼব ৷ গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷
তুলা ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বন্ধুৰ লগত দিনটো ভালে যাব ৷ বিয়াৰ সংযোগত সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ সক্ৰিয় অনুভৱ হʼব ৷
বৃশ্চিক ৰাশি: পৰিয়ালৰ লগত কোনো বিষয়ত ভুল বুজাবুজি হ’ব পাৰে ৷ খচৰ বৃদ্ধি ৷ শিক্ষাৰ্থীসকলে কষ্ট কৰিহে ফল লাভ কৰিব ৷ নতুন কাম একো আৰম্ভ নকৰিব ৷প্ৰেমত শুভ ৷
ধনু ৰাশি: নিজৰ ওপৰত থকা বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব। সহজতে নিৰুৎসাহী হৈ নপৰিব ৷ গৌৰৱ অৰ্জন কৰিব।ভ্ৰমণৰ পৰা আঁতৰত থকাটো ভাল ৷
মকৰ ৰাশি:ধ্যান কৰক আৰু মনক স্থিৰ কৰক ৷ ভাগৰি পৰিব পাৰে ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ পৰিশ্ৰম কৰিব, কিন্তু ফল পাওঁতে দেৰি হ’ব ৷ এলাহ ভাৱে বেৰি ধৰিব ৷ শান্ত হৈ থাকিব ৷ নতুন কাম একো আৰম্ভ নকৰিব ৷
মীন ৰাশি: খোৱা বোৱাত চকু ৰাখিব। অধ্যয়ন কৰিবলৈ আগ্ৰহ জন্মিব ৷ হতাশা নহ’ব ৷ কঠোৰ পৰিশ্ৰমৰ মাজত দিনটো আনন্দৰে পাৰ হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়াটো উচিত নহয়।
Leave A Comment