• কি লিখা আছে আজি আপোনাৰ ভাগ্যত...চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    কি লিখা আছে আজি আপোনাৰ ভাগ্যত...চাওঁ আহক ৰাশিফল
    ডিজিটেল ডেস্ক: ১৬ জুলাই, ২০২২, শনিবাৰ
    কি লিখা আছে আজি আপোনাৰ ভাগ্যত...চাওঁ আহক ৰাশিফল

    ১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব। কৰ্মক্ষেত্ৰত সাফল্য। আজিৰ দিনটোত নতুন বিনিয়োগ কৰিবলৈ এটা উপযুক্ত দিন ।

    ২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে। ব্যৱসায়িক দিশত উন্নতি। প্ৰেমত মধুৰতা।

    ৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন। বন্ধুৰ সহায় লাভ। আলহী আহিব।

    ৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব। পৰিয়ালত শুভ  হোৱাৰ যোগ দেখা যায়। বিয়াৰ সংযোগ।

    ৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব। পত্নীৰ সৈতে কাজিয়া। শত্ৰুৰ পৰাজয় ।

    ৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব।  প্ৰেমত সুখ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। প্ৰেমত মধুৰতা।

    ৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। বস্তু চুৰি হ'ব পাৰে।

    ৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত
    ধন সম্পত্তি বাঢ়িব। আজি আপুনি ভাল খাদ্য খোৱাৰ সুযোগ লাভ কৰিব । ৰোগ নিৰ্মূল হ'ব। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা।

    ৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। মাতৃখ লৈ চিন্তা।

    ১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব। ভ্ৰমনৰ সুযোগ। প্ৰেমত সন্দেহ। 

    ১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। আপুনি হেৰুওৱা বুলি ভবা ধন আপোনাৰ ওচৰলৈ ঘূৰি আহিব ।